ETV Bharat / state

সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ ৪ মাৰ্চত দাখিল নহয় ৰাজ্যিক বাজেট - ASSAM ASSEMBLY BUDGET SESSION FROM 4th MARCH

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ২৭ মাৰ্চলৈকে অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া নতুন সূচী অনুসৰি ৩০ মাৰ্চ পৰ্যন্ত চলিব বাজেট অধিবেশন ।

ASSAM ASSEMBLY BUDGET SESSION FROM 4th MARCH
সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ
author img

By

Published : Mar 1, 2020, 11:24 AM IST

গুৱাহাটী , ১ মাৰ্চঃ ২ মাৰ্চৰ পৰা প্ৰায় মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন । ইতিমধ্যে ইয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে ৷

ASSAM ASSEMBLY BUDGET SESSION FROM 4th MARCH
সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

কিন্তু লক্ষণীয় বিষয়টো হ'ল- পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৪ মাৰ্চত বিধানসভাত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২০ - ২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ কথা আছিল যদিও এতিয়া বাজেট দাখিলৰ দিন পিছুওৱা হৈছে । ৬ মাৰ্চতহে বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব বাজেট ।

আনহাতে, বাজেট অধিবেশনৰ দিনো শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে । পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ২৭ মাৰ্চলৈকে অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া নতুন সূচী অনুসৰি ৩০ মাৰ্চ পৰ্যন্ত চলিব বাজেট অধিবেশন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.