ETV Bharat / state

আদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ - গুৱাহাটী উচ্চ ন্যায়ালয়

আদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ
আদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ
author img

By

Published : Mar 18, 2020, 1:08 PM IST

Updated : Mar 18, 2020, 2:05 PM IST

13:01 March 18

চাকৰিৰ পৰা নিলম্বন সন্দৰ্ভত কৰা আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

  • APSC গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
  • দুৰ্নীতিৰ গোচৰত  অভিযুক্ত হোৱা সকলক চাকৰিৰ পৰা নিলম্বন কৰিছিল চৰকাৰে 
  • চাকৰিৰ পৰা নিলম্বন সন্দৰ্ভত কৰা আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
  • চৰকাৰে বৰ্খাস্ত কৰা বিষয়া সকলে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ  
  • বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আইন বিৰোধী বুলি আদালতত আৰ্জি দিছিল অভিযুক্তসকলে
  • এমাহ পূৰ্বে গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখিছিল উচ্চ ন্যায়ালয়ে
  • চৰকাৰী পক্ষৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি দৰ্শাইছিল উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মনিন্দৰ সিং আৰু নলীন কহলিয়ে

Last Updated : Mar 18, 2020, 2:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.