ETV Bharat / state

আৰক্ষীয়ে আটক কৰিলে ১০ টাকৈ বহিঃৰাজ্যৰ চোৰ - গ্ৰেপ্তাৰ

পানবজাৰ আৰক্ষীয়ে জখলাবন্ধা আৰক্ষীৰ সহযোগত নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে । চুৰিকাণ্ডৰ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে পৃথকে পৃথকে চোৰকেইটাক জেৰা চলাইছে।

আৰক্ষীয়ে আটক কৰিলে ১০ টাকৈ বহিঃৰাজ্যৰ চোৰ
author img

By

Published : Jun 1, 2019, 11:10 PM IST

গুৱাহাটী, ১ জুনঃ গুৱাহাটীৰ পানবজাৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীৰ যৌথ অভিযানত আটক হ'ল বহিঃৰাজ্যৰ ১০ টাকৈ চোৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ডত জড়িত এই চোৰৰ দলটো ।

পানবজাৰ আৰক্ষীয়ে জখলাবন্ধা আৰক্ষীৰ সহযোগত নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে । ধৃত চোৰকেইটাৰ নাম ক্ৰমে- ফিৰোজ যাদৱ, বিনয় যাদৱ, শিৱা যাদৱ ,দিপেশ সিং, অভয় যাদৱ, আকাশ যাদৱ , দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিতেশ গোৱালা, আটিফ গোৱালা । চোৰকেইটাক গ্ৰেপ্তাৰৰ পিছতেই মহানগৰ আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ ন-ন তথ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰিকাণ্ডৰ লগতে জড়িত আছে এই দলটো ।

আৰক্ষীয়ে আটক কৰিলে ১০ টাকৈ বহিঃৰাজ্যৰ চোৰ

ধৃত এই চোৰৰ গেংটো মহানগৰীত সঘনাই হৈ থকা চুৰিকাণ্ডত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । চুৰিকাণ্ডৰ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে পৃথকে পৃথকে চোৰকেইটাক জেৰা চলাইছে । আৰক্ষীৰ মন্তব্য আটকাধীন চোৰৰ গেংটোৰ জৰিয়তে আৰু বহুটো চুৰিকাণ্ডৰ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে আন এটা বাতৰি- বকলীয়াঘাটত দুই উগ্ৰপন্থী কেডাৰ গ্ৰেপ্তাৰ

Intro:শেহতীয়াকৈ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। যোৱা কেইবাদিনো ধৰি চোৰে টোপনি হৰিছে মহানগৰ আৰক্ষীৰ। বহিঃৰাজ্যৰ চোৰে এতিয়া খুপনি পুতিছে মহানগৰীত। শুকুৰবাৰে পানবজাৰ আৰক্ষীয়ে জখলাবন্ধা আৰক্ষীৰ সহযোগত নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে। পানবজাৰ আৰক্ষী থানাত ৰুজু হোৱা ৩৮৭/১৯ নম্বৰৰ গোচৰৰ ভিত্তিতেই ফিৰোজ যাদৱ, বিনয় যাদৱ, শিৱা যাদৱ ,দিপেশ সিং, অভয় যাদৱ, আকাশ যাদৱ , দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিতেশ গোৱালা, আটিফ গোৱালাক গ্ৰেপ্তাৰ কৰে। চোৰকেইটাক গ্ৰেপ্তাৰৰ পিছতেই মহানগৰ আৰক্ষীয়ে লাভ কৰিছে কেটবোৰ ন ন তথ্য। বান্দৰ কেকোৱা লগাই চুৰিকাণ্ড সংঘটিত কৰে বহিঃৰাজ্যৰ এইকেইটা চোৰৰ দলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰিকাণ্ডৰ লগতে জড়িত আছে এই গ্ৰুপটো। ধৃত এই চোৰৰ গেংটো মহানগৰীত সঘনাই হৈ থকা চুৰিকাণ্ডত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। চুৰিকাণ্ডৰ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে পৃথকে পৃথকে চোৰকেইটাক জেৰা চলাইছে। আৰক্ষীৰ মন্তব্য আটকাধীন চোৰৰ গেংটোৰ জৰিয়তে আৰু বহুটো চুৰিকাণ্ডৰ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.