- অৱশেষত মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং
- তিনিটা মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ
- মুখ্য প্ৰবন্ধক সন্দীপ ৰয়ে পৰিদৰ্শন কৰাৰ পিছতেই মুকলি হয় দলংখন
- দলংখনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰেল বিভাগৰ ব্যায় হৈছে 9 কোটি টকা
- শৰাইঘাটৰ দলংত চি চি টি ভি লগোৱা বিষয়টো বিবেচনা কৰিব বুলি জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়ে
মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং - শৰাইঘাটৰ পুৰণি দলং
তিনি মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ
মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং
- অৱশেষত মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং
- তিনিটা মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ
- মুখ্য প্ৰবন্ধক সন্দীপ ৰয়ে পৰিদৰ্শন কৰাৰ পিছতেই মুকলি হয় দলংখন
- দলংখনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰেল বিভাগৰ ব্যায় হৈছে 9 কোটি টকা
- শৰাইঘাটৰ দলংত চি চি টি ভি লগোৱা বিষয়টো বিবেচনা কৰিব বুলি জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়ে
অৱশেষত মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং।
তিনিটা মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ।
মুখ্য প্ৰবন্ধক সন্দ্বীপ ৰয়ে পৰিদৰ্শন কৰাৰ পিছতেই মুকলি হয় দলংখন।
দলংখনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰেল বিভাগৰ ব্যায় হৈছে 9 কোটি টকা।
শৰাইঘাটৰ দলংত চি চি টি ভি লগোৱা বিষয়টো বিবেচনা কৰিব বুলি জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে।
Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932