ETV Bharat / state

পি চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ?

author img

By

Published : Aug 22, 2019, 12:50 AM IST

INX Media কেলেংকাৰীৰ গোচৰত বুধবাৰে চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰামক ৷ চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ বিষয়টো ৰহস্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷

পি চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ?

গুৱাহাটী,22 আগষ্টঃ পি চিদাম্বৰামক চি বি আইয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া ৷ পি চিদাম্বৰামৰ কাৰ্যকালত যদি তেখেতে অনিয়ম, দুৰ্নীতিৰ কাষ চাপিছিল আৰু তেওঁ যদি দোষী হয় তেনেহ'লে,আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাত আমাৰ ক'বলগীয়া একো নাই বুলি উল্লেখ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ইয়াৰোপৰি, সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰিলে এক ৰহস্যজনক আৰু ৰাজনৈতিক ষড়যন্ত্ৰ থকা যেন অনুভৱ হয় বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জনে ৷

Intro:প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ অগ্ৰণী নেতা পি চিদাম্বৰামক চি বি আইয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া। Body:'পি চিদাম্বৰামৰ কাৰ্যকালত যদি তেখেতে অনিয়ম, দুৰ্নীতিৰ অৱস্থানৰ কাষ চাপিছিল আৰু তেওঁ যদি দোষী হয় তেনেহ'লে, আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰিলে এক ৰহস্যজনক আৰু ৰাজনৈতিক ষড়যন্ত্ৰ থকা যেন লাগে'।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.