গুৱাহাটী,14 অক্টোবৰঃ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ মহিলা মৰ্চাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ প্ৰতিবাদত জি এছ ৰোডস্থিত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ সমদলকাৰীসকলে অসম মহিলা মৰ্চাৰ সভানেত্ৰী নন্দিতা দাসৰ নেতৃত্বত সাব্যস্ত কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৷ মহিলা মৰ্চাৰ সদস্যসকলে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
আৰু পঢ়ক