গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰ হায় হায় ধ্ৱনিৰে প্ৰতিবাদ সাব্যস্থ অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । শুকুৰবাৰে অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত সহায়িকা কৰ্মীলৈ পদোন্নতি আৰু অৱসৰকালীন সুবিধা বিচাৰি অৱস্থান ধৰ্মঘটত বহিল অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । অঙ্গনৱাদী কৰ্মী সকলক ৫০০০ টকা লগতে সহায়িকা সকলৰ বাবে ৩৫০০ টকা মাহিলী অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে দিয়া লগতে অৱসৰৰ সময়ত এক কালীন সাহাৰ্য্য প্ৰদানৰ দাবীৰে প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । ২০১৭ চনৰ পৰা দাবী জনাই আহিছে যদিও এতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ প্ৰতিবাদী কৰ্মীসকলৰ । লগতে ২০১৩ চনতে কেন্দ্ৰীয় চৰকাৰে অঙ্গনৱাদী কৰ্মীসকলক বৰ্ধিত ৭৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ নকৰাৰ অভিযোগ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ।
প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা
বিজেপি চৰকাৰ হায় হায় ধ্ৱনিৰে অৱস্থান ধৰ্মঘট
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰ হায় হায় ধ্ৱনিৰে প্ৰতিবাদ সাব্যস্থ অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । শুকুৰবাৰে অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত সহায়িকা কৰ্মীলৈ পদোন্নতি আৰু অৱসৰকালীন সুবিধা বিচাৰি অৱস্থান ধৰ্মঘটত বহিল অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । অঙ্গনৱাদী কৰ্মী সকলক ৫০০০ টকা লগতে সহায়িকা সকলৰ বাবে ৩৫০০ টকা মাহিলী অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে দিয়া লগতে অৱসৰৰ সময়ত এক কালীন সাহাৰ্য্য প্ৰদানৰ দাবীৰে প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । ২০১৭ চনৰ পৰা দাবী জনাই আহিছে যদিও এতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ প্ৰতিবাদী কৰ্মীসকলৰ । লগতে ২০১৩ চনতে কেন্দ্ৰীয় চৰকাৰে অঙ্গনৱাদী কৰ্মীসকলক বৰ্ধিত ৭৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ নকৰাৰ অভিযোগ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ।
সহায়িকা কৰ্মীলৈ পদোন্নতি আৰু অৱসৰকালীন সুবিধা বিচাৰি অৱস্থান ধৰ্মঘট অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ । অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত bjp চৰকাৰ হায় হায় লগতে আমাৰ দাবী মানিবই লাগিব ধ্বনিৰ উত্তাল কৰে পৰিবেশ অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই।
Body: 2017 পৰা এই সকল কৰ্মীয়ে চৰকাৰক দাবী জনায় আহিছে যদিও এতিয়ালৈ কোনো ধৰণৰ সঁহাৰি নাই ৰাজ্য চৰকাৰৰ । তেওঁলোকৰ দাবী অংগনবাদী কৰ্মী সকলৰ 5000 টকা সহায়িকা সকলৰ বাবে 3500 টকা মাহিলী অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে দিয়া লগতে অৱসৰৰ সময়ত এক কালীন সাহাৰ্য্য প্ৰদানৰ দাবী কৰি অংগনবাদী কৰ্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদ। লগতে অংগনবাদী কৰ্মীক 2013 চনতে কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত 750 টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও সফল নোহোৱাৰ দাবীত এই প্ৰতিবাদ।।
Bite :- অংগনবাদী কৰ্মী।
Conclusion: