ETV Bharat / state

আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ প্ৰতিবাদ - undefined

বুধবাৰে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ এক প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰে ৷ বহুকেইটা দাবী উত্থাপনেৰে ৰাজ্যপালক স্মাৰক প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে

আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Apr 10, 2019, 3:52 PM IST

গুৱাহাটী,10এপ্ৰিলঃ বুধবাৰে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ এক প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰে ৷ সোণাপুৰত অসম ৰাইফলছৰ ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰ পৰা ডিমৰিয়ালৈকে 10 কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ তাৰোপৰি মহানগৰ প্ৰশাসনক পাহাৰ খননকাৰ্য অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিমৰিয়া, বেলতলা আৰু ৰাণীৰ জনজাতি আবেষ্টনীয় অঞ্চলসমূহক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে দাবী জনাই ৰাজ্যপালক স্মাৰক প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

বিজেপি চৰকাৰে এই দাবীসমূহক লৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ভোট প্ৰদানৰ পৰা বিৰত থাকিব বুলি জনাই সংগঠনৰ উপদেষ্টা ইন্দ্ৰেশ্বৰ টেৰণৰ লগতে প্ৰতিবাদকাৰীসকলে।

Intro:আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী কাৰ্যসূচী।
সোণাপুৰত অসম ৰাইফলছৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰ পৰা ডিমৰিয়া লৈকে10 কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিল কৰা। ইয়াৰোপৰি প্ৰতিবাদ কাৰী সকলে মহানগৰ প্ৰশাসনক পাহাৰ খনন কৰাৰ অনুমতি প্ৰদান অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিমৰিয়া বেলতলা আৰু ৰাণীৰ জন জাতি আবেষ্টনীয় অঞ্চলসমূহক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে দাবী জনায় ৰাজ্যপালক স্মাৰক প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

Body:অনাগত নিৰ্বাচনত বি জে পি চৰকাৰে কোনো পদদক্ষেপ নললে ভোট প্ৰদানৰ ক্ষেত্ৰত ভাবি চাব বুলি কলে প্ৰতিবাদত অংশ গ্ৰহণ কৰা সংগঠনৰ উপদেষ্টা ইন্দ্ৰেশ্বৰ টেৰণৰ লগতে প্ৰতিবাদকাৰী লোকসকলে।
Bite:-ইন্দ্ৰেশ্বৰ টেৰণ।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.