- বিধানসভাৰ উপাধ্যক্ষৰ পদত নিযুক্ত হ'ল বিজেপিৰ প্ৰাৰ্থী আমিনুল হক লস্কৰ
- বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল লস্কৰ
- বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল একমাত্ৰ আমিনুল হক লস্কৰে
- আমিনুল হক লস্কৰে সোনাই সমষ্টিৰ বিধায়ক
- উপাধ্যক্ষপদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ অথবা এ আই ইউ ডি এফৰ কোনো সদস্যই মনোনয়ন পত্ৰ দাখিল কৰা নাছিল