ETV Bharat / state

144 ধাৰাৰ মাজতে মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Jul 28, 2020, 2:55 PM IST

ৰাজ্যজুৰি অখিল গগৈ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ মহানগৰীতো প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

akhil-gogoi-releese-protest-aginest-at-guwahati
144 ধাৰাৰ মাজতে মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী,28জুলাইঃ মঙলবাৰে অখিল গগৈৰ মুক্তিৰ দাবীত চান্দমাৰীত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ অখিল গগৈক মুক্তি দিয়ক,CAA আইন বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷

তাৰমাজতে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ 144 ধাৰা ভংগ কৰাৰ অপৰাধত প্ৰতিবাদকাৰী সকলক আটক কৰি পানবজাৰ আৰক্ষী থানালৈ লৈ যায়।

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁতঃ বিপদসংকুল যাতায়ত ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.