ETV Bharat / state

সংবাদমেলত অখিলৰ বিস্ফোৰণঃ তাজ ভিভাণ্টাত চুপাৰী মাফিয়াৰে গোপন বুজাবুজি আৰক্ষী বিষয়াৰ ! - সংবাদমেল

তাজ ভিভান্তাৰ গোপন বৈঠকত মানবেন্দ্ৰ দেৱৰয়, পার্থ সাৰথি মহন্ত আৰু ইন্দ্ৰানী বৰুৱাই চুপাৰীৰ মাফিয়াৰ সৈতে গোপন বৈঠক কৰাৰ অভিযোগ কৃষক নেতা অখিল গগৈৰ ৷ সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান কুলাধৰ শইকীয়াক কটাক্ষ অখিল গগৈৰ ৷

সংবাদমেলত অখিল গগৈ
author img

By

Published : Aug 10, 2019, 7:45 PM IST

গুৱাহাটী,10আগষ্টঃ
সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান কুলাধৰ শইকীয়াক কটাক্ষ অখিল গগৈৰঃ

  • "তাজ হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহ কৰা হ'ল নে নাই ?"
  • "চুপাৰীৰ চিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে DGP য়ে?"
  • মুগ্ধ জ্যোতি মহন্ত তিনিচুকীয়া আৰু কাছাৰৰ কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ প্ৰমাণ আছে অখিল গগৈৰ হাতত
  • প্ৰয়োজনত আৰক্ষী সঞ্চালকক সকলো তথ্য দিবলৈ সাজো থকাৰ কথা সংবাদমেলত স্পষ্ট অখিল গগৈৰ
    ছুপাৰী ছিণ্ডিকেটক লৈ সংবাদমেলত সৰৱ অখিল গগৈ
  • এজন সন্মানীয় সাংবাদিকক এখন থানাই চমন দিয়া ঘটনাক গৰিহণা দিছে অখিল গগৈয়ে
  • সাংবাদ মাধ্যমক কৰা কোনো ধৰণৰ আক্ৰমণ সহ্য নকৰাৰ কথা উল্লেখ কৰি মু্খ্যমন্ত্ৰীক সকিয়নী অখিল গগৈৰ
  • তাজ ভিভান্তাৰ গোপন বৈঠকত মানবেন্দ্ৰ দেৱৰয়, পার্থ সাৰথি মহন্ত আৰু ইন্দ্ৰানী বৰুৱাই চুপাৰীৰ মাফিয়াৰ সৈতে গোপন বৈঠক কৰাৰ কথা স্পষ্ট কৈ কয় অখিল গগৈয়ে
  • "তাজ হোটেলত দেখা এখন বিতৰ্কিত গাড়ীৰ পার্থ সাৰথি মহন্তই ব্যৱহাৰ কৰা গাড়ী"
  • "পত্নীৰ লগত আহিছিল পার্থ সাৰথি মহন্ত"

Intro:ছিণ্ডিকেট সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল। সংবাদমেলত অসমৰ মূল ছিণ্ডিকেটৰ ঘাটি তথ্যৰ লগতে ছুপাৰীৰ ছিণ্ডিকেটৰ মূল অভিযুক্ত তথ্য ফাদিল কৰে।
তাজ ভিভান্তৰ গোপন বৈঠকত মানবেন্দ্ৰ দেৱৰয় , পার্থ সাৰথি মহন্ত আৰু ইন্দ্ৰানী বৰুৱাই চুপাৰীৰ মাফিয়াৰ সৈতে গোপন বৈঠক কৰাৰ কথা স্পষ্ট কৈ কয় অখিল গগৈয়ে।
তাজ হোটেলত দেখা এখন বিতৰ্কিত গাড়ীৰ পার্থ সাৰথি মহন্তই ব্যৱহাৰ কৰা গাড়ী। পত্নীৰ লগত আহিছিল পার্থ সাৰথি মহন্ত।
বাবুল মাফিয়া ওৰফে আব্দুল মান্নান আলি , দীপাংকৰ দেৱ , অঞ্জন পাল। এই তিনি জনৰ নেতৃত্বতে সমগ্ৰ ভাৰতত চুপাৰীৰ ছিণ্ডিকেট চলাই আছে।

Body:DGP কুলাধৰ শইকীয়াক কটাক্ষ অখিল গগৈৰ ।
অখিল গগৈৰ স্পষ্ট প্ৰশ্ন কুলাধাৰ শইকীয়ালৈ
তাজ হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহ কৰা হল নে নাই?
চুপাৰীৰ চিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে।DGP য়ে?
মুগ্ধ জ্যোতি মহন্ত তিনিচুকীয়া আৰু কাছাৰৰ কয়লা ছিণ্ডিকেটৰ সৈতেজড়িত থকাৰ প্ৰমাণ আছে অখিল গগৈৰ হাতত। লগা হলে dgp ক সকলো তথ্য দিব পাৰে অখিল গগৈয়ে। এটা জাতীয় সংগঠনৰ দাস উপাধিৰ দুজন লোক জড়িত আছে চুপাৰী ছিণ্ডিকেটৰ সৈতে।

Conclusion:এজন সন্মানীয় সাংবাদিকক এখন থানাই চমন দিয়া ঘটনাক গৰিহণা দিছে অখিল গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰীক সকীয়নী সাংবাদ মাধ্যমক কৰা কোনো ধৰণৰ আক্ৰমণ সহ্য নকৰে অখিল গগৈয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.