ETV Bharat / state

দিবাং নদীত নিৰ্মাণ কৰিব পৃথিৱীৰ বৃহৎ নদী বান্ধটো

author img

By

Published : Jul 18, 2019, 7:19 PM IST

কেবাটাও বিষয়ত কৃষক নেতা অখিল গগৈৰ সংবাদমেল ৷ দিবাং নদীত নিৰ্মাণ হ'বলগীয়া নদী বান্ধৰ বিৰোধিতা অখিল গগৈৰ ৷

পৃথিৱীৰ ভিতৰতে বৃহৎ নদী বান্ধ

গুৱাবাটী, 18 জুলাইঃ বৃহস্পতিবাৰে গুৱাহাটীৰ গান্ধী বস্তিত অখিল গগৈৰ সংবাদমেল ৷ কেন্দ্ৰীয় কেবিনেটে অৰুণাচলৰ অসমৰ দিবাং নদীত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ অনুমোদন জনোৱাৰ পিচতে সৰৱ হ'ল কৃষক নেতা অখিল গগৈ৷ যদিহে দিবাং নদীত বান্ধ নিৰ্মাণ কৰা হয় তেনেহ'লে সাংঘাতিক প্ৰভাৱ পৰিব ৷ কিয়নো পৃথিৱীৰ ভিতৰতে বৃহৎ নদী বান্ধ টোৰ পৰা সৰ্বপ্ৰথমে ক্ষতি হ'ব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৷ এই কথা অখিল গগৈৰ ৷

দিবাং নদীত পৃথিৱীৰ বৃহৎ নদী বান্ধটো

Intro:বৃহৎ নদী বান্ধৰ বিষয় লৈ অখিল গগৈৰ সংবাদমেল।
পৃথিৱীৰ বৃহৎ নদী বান্ধ টোৰ পৰা কি প্ৰভাৱ পৰিব সেই বিষয় লৈ এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন অখিল গগৈৰ।
পৃথিৱীৰ ভিতৰত বৃহৎ নদীবান্ধ স্থাপন কৰা হব অসমৰ পৰা 50 কিলোমিটাৰ দূৰত্বত দিবাং নদীত। কিমান সুৰক্ষিত অসম?
বানপানীত ককবকাই থকা সময়ত অসমক উদ্ধাৰৰ বিপৰীতে ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ নদীবান্ধৰ বাবে পুঁজি আবণ্টন দিয়াটো কিমান যুক্তিসংগত ?
ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত পৰিব প্ৰভাৱ নদীবান্ধৰ।

Body:ধলা শদিয়া দলং , বগীবিল দলংৰ উৎসাহ শেষ নহওঁ তেই এক কথা পোহৰলৈ অহা বুলি ব্যক্ত কৰিলে অখিল গগৈয়ে। বৃহৎ বৃহৎ এই দলং সমূহ যাতায়তৰ সুচল অৱস্থাৰ বাবে নহয় কোম্পানী সমূহৰ বাবেহে বুলি কলে অখিল গগৈয়ে।
অসম বানত ডুবি আছে যদিও কেন্দ্ৰীয় চৰকাৰে এই পৰ্য্যন্ত প্ৰাপ্য দিয়া নাই । বান সাহাৰ্য্যৰ পৰিবৰ্তে এটা বৃহৎ।নদীবান্ধৰ বাবে 16000 কোটি টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ । NDRF ৰ পৰা দুৰ্যোগৰ সময়তো ধন দিয়া নাই চৰকাৰে। চিয়াং ,দিবাং , লোহিতক ভেদি বৃহৎ নদী বান্ধৰ বাবে ধন অবন্টন হৈছে ইতিমধ্যেই। কিন্তু এই বৃহৎ নদীবান্ধ ৰ পৰা অসমত কি প্ৰভাৱ পৰিব তাৰ কোনো অধ্যয়ন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ।
এই নদী বান্ধৰ প্ৰভাৱ স্বৰূপে অৰুণাচলৰ 4 হাজাৰ 500 হেক্টৰ মাটিৰ 3 লাখ 24 হাজাৰ গছ কাটি পেলোৱা হব।লগতে প্ৰায় 32 লাখ ট্ৰাক শিল।কটা হব পাহাৰৰ পৰা আৰু নদীৰ পৰা।

Conclusion:2014 চনত পাছিঘাটত মোদীয়ে কৈছিল সৰু সৰু নদী বান্ধ দি বিদ্যুৎ উৎপাদন কৰাৰ কথা কিন্তু কি হল সেই প্ৰতিশ্ৰুতি। চিফ ৱাইল্ড লাইফে ক্লিয়াৰেন্স নিদিয়াকৈয়ে পুঁজি আবণ্টন মোদী চৰকাৰৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.