ETV Bharat / state

এতিয়াৰ সময় ৰাজনৈতিক বিকল্পৰ নহয়ঃ পলাশ চাংমাই - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক দল যিয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰত থাকি কাম কৰিব । দেওবাৰে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ৷

পলাশ চাংমা
এতিয়া বিকল্প ৰাজনৈতিক সময় নহয়ঃ পলাশ চাংমা
author img

By

Published : Feb 3, 2020, 12:00 AM IST

গুৱাহাটী, 2 ফেব্ৰুৱাীঃ এতিয়া বিকল্প ৰাজনৈতিক দল গঠনৰ সময় নহয়, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ সময় ৷ এনেদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক দল যিয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰত থাকি কাম কৰিব ৷ লগতে ভৱিষ্যতৰ বাবেও এই সংগঠনটোৱে ৰাজনৈতিক পৰিপন্থী কোনো কাৰ্য নকৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱিষ্যত কাৰ্যপন্থাৰ লগতে ৰাজনৈতিক দল সন্দৰ্ভত এনেদৰে স্থিতি স্পষ্ট কৰে দলটোৰ সভাপতি গৰাকীয়ে ৷

এতিয়া বিকল্প ৰাজনৈতিক সময় নহয়ঃ পলাশ চাংমা

লগতে বিকল্প ৰাজনৈতিক দলৰ কথা অহাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজত কৰবাত ম্লান পৰিছে গণতান্ত্ৰিক প্ৰতিবাদ । গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিহেতু অৰাজনৈতিক সংগঠন গতিকে কোনো ৰাজনৈতিক দলৰ সমৰ্থন বা অংশ গ্ৰহণ সংগঠনে নকৰাৰ সিদ্ধান্ত লৈছে । আনহাতে, টোল গেট পুনৰ মুকলি কৰাক লৈ সৰৱ হৈ পৰে পলাশ চাংমাই । চৰকাৰে আলোচনাত মিলিত নোহোৱা পৰ্যন্ত কোনো কাৰণত মুকলি হ'বলৈ নিদিয়ে টোল গেট । তাৰোপৰি বড়ো শান্তি চুক্তিৰ সম্পৰ্কত পলাশ চাংমায়ে কয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যা সমাধান হোৱাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰে ৷ কিন্তু এটা জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে আন আন জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

আৰু পঢ়কঃ বটদ্ৰৱাত নামতীৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকা

Intro:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱিষ্যত কাৰ্যপন্থাৰ লগতে ৰাজনৈতিক দল সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে এক এক সংবাদমেল যোগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। এতিয়া বিকল্প ৰাজনৈতিক দল নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ সময় এই কথা স্পষ্ট কৰে পলাশ চাংমাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক দল যিয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰত থাকি কাম কৰিব। লগতে ভৱিষ্যতৰ বাবেও এই সংগঠন টোৱে ৰাজনৈতিক পৰিপন্থী কোনো কাৰ্য নকৰে ।

Body:এই মুহূৰ্তত বিকল্প ৰাজনৈতিক দলৰ কথাত কৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতিব লাগিব এই কথা পলাশ চাংমাৰ। লগতে বিকল্প ৰাজনৈতিক দলৰ কথা অহাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজত কৰবাত ম্লান পৰিছে গণতান্ত্ৰিক প্ৰতিবাদ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিহেতু অৰাজনৈতিক সংগঠন গতিকে কোনো ৰাজনৈতিক দলৰ সমৰ্থন বা অংশ গ্ৰহণ সংগঠনে নকৰাৰ সিদ্ধান্ত লৈছে। আনহাতে টোল গেট পুনৰ মুকলি কৰাক লৈ সৰৱ হৈ উঠিল পলাশ চাংমা। চৰকাৰে আলোচনাত মিলিত নোহোৱা পৰ্যন্ত কোনো কাৰণত মুকলি হবলৈ নিদিয়ে টোল গেট এই কথা জানিবলৈ দিলে সভাপতি গৰাকীয়ে।

Conclusion:আনহাতে বড়ো শান্তি চুক্তিৰ সম্পৰ্কত কয় যে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যা সমাধান হোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰে কিন্তু এটা জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে আন আন জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.