ETV Bharat / state

কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব এ আই ইউ ডি এফে - কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব এ আই ইউ ডি এফে

"বিজেপি দলে সদায় দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে ৷ এফালে বিজেপিয়ে কেবৰ জৰিয়তে বিদেশী আনিব আৰু আনফালে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি বিদেশৰ পৰা অনা লোক সকলক তেওঁলোকে পাব লগীয়া বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিব ।" সংবাদমেলযোগে এই মন্তব্য কৰিলে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ৷

বিজেপি কেতিয়াও অসম আৰু অসমীয়াৰ হ'ব নোৱাৰে
author img

By

Published : Nov 17, 2019, 3:53 AM IST

গুৱাহাটী , 16 নৱেম্বৰঃ "বিজেপি কেতিয়াও অসম আৰু অসমীয়াৰ হ'ব নোৱাৰে । বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমীয়া জাতি, অসমীয়া ভাষা-সংস্কৃতিৰ লগতে অসমৰ জাতীয়তাবাদ নিঃশেষ কৰিবলৈ উঠি-পৰি লাগিছে । বিজেপিয়ে বর্তমানলৈকে যিমান সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোবোৰ সিদ্ধান্ত অসম আৰু অসমীয়া বিৰোধী । এ আই ইউ ডি এফ দলে পূৰ্বেও কেবৰ বিৰোধিতা কৰিছে আৰু আগন্তক দিনটো কেবৰ বিৰোধিতা কৰি যাব" ৷ শনিবাৰে মহানগৰীত এক সংবাদমেলযোগে এই মন্তব্য কৰিলে এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ৷

বিজেপি কেতিয়াও অসম আৰু অসমীয়াৰ হ'ব নোৱাৰে
লগতে সম্পাদকজনে বিজেপি দলক আত্ৰমণ কৰি কয় যে , বিজেপি দলে সদায় দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে । এফালে বিজেপিয়ে কেবৰ জৰিয়তে বিদেশী আনিব আৰু আনফালে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি বিদেশৰ পৰা অনা লোক সকলক তেওঁলোকে পাব লগীয়া বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিব । কেব গৃহীত হ'ব আৰু কেব গৃহীত কৰি ৫ লাখ বিদেশীক স্বদেশী কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যকো তীব্ৰ সমালোচনা কৰে সম্পাদক আমিনুল ইছলামে ৷ কেবৰ বিৰুদ্ধে এ আই ইউ ডি এফ দলে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে দলটোৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়কঃ ৰাজপথত প্ৰতিবাদত কিয় নামিল বিজেপি সভাপতি!

Intro:বিজেপি কেতিয়াও অসম আৰু অসমীয়াৰ হ'ব নোৱাৰে। বিজেপিয়ে অসমীয়া জাতি, অসমীয়া ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। কেৱ বিৰোধী সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ বক্তব্য।

Body:সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰ চৰকাৰে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যত বিভিন্ন মহলত সৃষ্টি হৈছে ইয়াৰ বিৰোধিতা। বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে ব্যক্ত কৰিছে বিধায়কখনত বিৰুদ্ধে নিজৰ নিজৰ স্থিতি। আজি বদৰুদ্দিন আজমালৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এক সংবাদমেলত ব্যক্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি। আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি প্ৰকাশ কৰি বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে। ইছলাম কয় বিজেপি অসম আৰু অসমীয়াৰ কেতিয়াও হ'ব নোৱাৰে। বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমীয়া জাতি, অসমীয়া ভাষা-সংস্কৃতিৰ লগতে অসমৰ জাতীয়তাবাদ নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। বিজেপিয়ে বর্তমানলৈকে যিমান সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোবোৰ সিদ্ধান্ত অসম আৰু অসমীয়া বিৰোধী। এ আই ইউ ডি এফ দলে পূৰ্বেও কেৱৰ বিৰোধিতা কৰিছে আৰু আগন্তক দিনটো বিৰোধিতা কৰি যাব, কেন্দ্ৰ চৰকাৰে কেৱ গৃহীত কৰাৰ যি সিদ্ধান্ত লৈছে ইয়াৰ বিৰুদ্ধে এ আই ইউ ডি এফ দলে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ইছলামে। আমিনুল ইছলামে লগতে কয় বিজেপি দলে সদায় দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে। এফালে বিজেপিয়ে কেৱৰ জৰিয়তে বিদেশী আনিব আনফালে অসমীয়াৰ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি বিদেশৰ পৰা অনা লোক সকলক তেওঁলোকে পাব লগীয়া বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিব।

বাইট : আমিনুল ইছলাম, সাধাৰণ সম্পাদক, এ আই ইউ ডি এফ

Conclusion:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱ গৃহীত হ'ব বুলি কৰা মন্তব্যক সমালোচনা কৰাৰ লগতে আমিনুল ইছলামে হিমন্ত বিশ্ব শৰ্মাই কেৱ গৃহীত কৰি ৫ লাখ বিদেশীক স্বদেশী কৰিব বুলি যি মন্তব্য প্ৰকাশ কৰিছিল ইয়াকো তীব্ৰ সমালোচনা কৰে। ইছলামে লগতে কয় এ আই ইউ ডি এফ দল যদিও এটা সৰু ৰাজনৈতিক দল, এ আই ইউ ডি এফ সদায় কেৱৰ বিৰুদ্ধে থাকিব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.