ETV Bharat / state

অগপৰ 1 মহীয়া সদস্য ভৰ্তি অভিযান - অগপৰ সভাপতি অতুল বৰা

উল্লেখ্য যে, 14 অক্টোবৰত অগপ দলে সম্পূৰ্ণ কৰিব 35 বছৰ ৷ সেই উপলক্ষে অভয়াপুৰীত অনুষ্ঠিত হোৱাৰ কথা সদৰী কৰে অগপৰ সভাপতি অতুল বৰাই ৷

অগপৰ 1 মহীয়া সদস্য ভৰ্তি অভিযান
author img

By

Published : Sep 8, 2019, 11:40 PM IST

গুৱাহাটী, 8 চেপ্তেম্বৰঃ শীঘ্ৰে আৰম্ভ হ'ব অগপৰ 1 মহীয়া সদস্য ভৰ্তি অভিযান ৷ 14 ছেপ্টেম্বৰ পৰা 14 অক্টোবৰ লৈ চলিব এই অভিযান ৷ দেওবাৰে আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠকত এই কথা সদৰী কৰে দলটোৱে । বৈঠকত সাম্প্ৰতিক পৰিস্থিতি,পৌৰ নিগম,পৌৰ সভা সমূহৰ নিৰ্বাচন আৰু দলৰ সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰা বুলি মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই ৷ লগতে বৈঠকত বিশেষভাবে সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে আলোচনা কৰে বুলিও মন্তব্য আগবঢ়াই ৷ গৃহমন্ত্ৰী হোৱাৰ পাচত অমিত শ্বাহ প্ৰথমবাৰ অসমলৈ অহা সন্দৰ্ভত কলে অতুল বৰাই ৷ অমিত শ্বাহক লগ কৰি NRC প্ৰসংগ উত্থাপন কৰিব বুলি কয় অগপ সভাপতি গৰাকীয়ে ৷

অগপৰ 1 মহীয়া সদস্য ভৰ্তি অভিযান

আনহাতে, বিধায়ক ৰমেন কলিতাই কয় যে, NRC ক লৈ আমি সন্তুষ্ট নহয় ৷ সেই বাবে দলৰ পৰা উচ্চতম ন্যায়ালয়লৈ পুনৰীক্ষণৰ আবেদন জনাইছো । ইয়াৰ উপৰিও অগপ দলত বহু ডাঙৰ নেতাই যোগদান কৰাৰ কথা চলি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক কলিতাই ।

Intro:দেওবাৰে অগপৰ আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক ।

Body:এই বৈঠকত সাম্প্ৰতিক পৰিস্থিতি,পৌৰ নিগম,পৌৰ সভা সমূহৰ নিৰ্বাচন আৰু দলৰ সাংগঠনিক দিশ সন্দৰ্ভত।আলোচনা হয় ।সভাৰ অন্তত সভাপতি অতুল বৰাই কয় যে আমি বিশেষভাবে সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে আলোচনা কৰিছো । 1 মহীয়া সদস্য ভৰ্তি অভিযান আৰম্ভ হব 14 ছেপ্টেম্বৰ পৰা 14 অক্টোবৰ লৈ । লগতে 14 অক্টোবৰ ত অগপ দলৰ 35 বছৰ পূৰ্ণ হব । সেই উপলক্ষে বাৰ্ষিক অনুষ্ঠান অভয়াপুৰীত অনুষ্ঠিত হোৱাৰ কথাও সভাপতি গৰাকীয়ে জানিব দিয়ে ।তাৰ আগে আগে যিমান নতুন সদস্য লব পাৰো তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ । গৃহমন্ত্ৰী হোৱাৰ পিছত অমিত শ্বাহ প্ৰথম বাৰ অসমলৈ আহিছে লগ কৰিম এন।আৰ চি প্ৰসংগ ও থাকিব বুলি মন্তব্য কৰে অতুল বৰাই । এন আৰ চিক লৈয়ো সন্তুষ্ট নোহোৱাৰ কথাও সদৰী কৰে তেওঁ । এন আৰ চি পুনৰীক্ষণ কৰাটো আমি বিচাৰো । অসম আন্দোলনৰ সময়তে লক্ষ লক্ষ বিদেশী থকা কথা কোৱা হৈছে, গতিকে শুদ্ধ আৰু অসম চুক্তিৰ ভিত্তি ত হব লাগে বুলি কয় বৰাই ।

সভাপতি বৰাৰ লগতে বিধায়ক ৰমেন কলিতাই কয় যে এন আৰ চিক লৈ আমি সন্তুষ্ট নহয় । সেই বাবে দলৰ পৰা উচ্চতম ন্যায়ালয়লৈ পুনৰীক্ষণৰ আবেদন জনাইছোঁ ।ইয়াৰ উপৰিও অগপ দলত বহু ডাঙৰ নেতাই যোদদান কৰাৰ কৰাৰ কথা চলি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কলিতাই ।লগতে পৌৰ নিগম,পৌৰ সভাৰ নিৰ্বাচনৰ বাবে জিলা সমিতিক সাংগঠনিক দিশত কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে বুলি মন্তব্য কৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.