গুৱাহাটী,৬ মাৰ্চঃ গুৱাহাটী আদাবাৰীত যাত্ৰীবাহী বাছত যুৱতীক শ্লীলতা হানিৰ চেষ্টাএটা লম্পটৰ । বাছৰ ভিতৰতে যুৱতীক গুপ্তাংগপ্ৰদৰ্শন কৰে জল পৰিবহণ বিভাগৰএজন কৰ্মীয়ে।
ইতিমধ্যে লম্পট যুৱকজনক ৰাইজে উত্তম মধ্যম শোধাই গতাই দিছেজালুকবাৰী আৰক্ষীক ।
ধৃত যুৱকজনৰ নাম নন্দন মণ্ডল ।ভুক্তভোগী যুৱতী গৰাকীয়ে লম্পট নন্দনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।