ETV Bharat / state

মালিগাঁৱত অভিনয়ৰ কৰ্মশালা

অভিনয়ৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীক এখন মঞ্চৰ দিয়াৰ উদ্দেশ্যে মালিগাঁৱত আয়োজন কৰা হৈছে কৰ্মশালাৰ ।

author img

By

Published : Jul 3, 2019, 4:51 AM IST

মালিগাঁৱত অভিনয়ৰ কৰ্মশালা

গুৱাহাটী,3 জুলাইঃ 1 জুলাইৰ পৰা আঁৰ কাপোৰৰ উদ্যোগত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ সহযোগত মালিগাঁৱত অনুষ্ঠিত হৈছে এখনি এমহীয়া অভিনয় কৰ্মশালা ৷ অভিনয়ৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীক এখন মঞ্চৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কৰ্মশালাৰ । কেমেৰাৰ সন্মুখত কেনেদৰে অভিনয় কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ’ব এই কৰ্মশালাত ৷

মালিগাঁৱত অভিনয়ৰ কৰ্মশালা

এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ছিগাল, ৰংগায়নৰ অধ্যক্ষা আগিৰথী বাই কদম, বলীউডত প্ৰতিষ্ঠিত অসমৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্ত, ছবি আৰু ধাৰাবাহিক পৰিচালক আজগৰ আহমেদ, অভিনেতা তথা পৰিচালক ধীৰাজ কুমাৰ, ধ্ৰুৱ কুমাৰ দাসকে ধৰি বহুটো ন পুৰণি অভিনয়ৰ ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তি ।

Intro:১জুলাইৰ পৰা ৩১জুলাইলৈ আঁৰকাপোৰৰ উদ্যোগত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ সহযোগত মালিগাঁৱত অনুষ্ঠিত হৈছে এখনি এমহীয়া অভিনয় কৰ্মশালা। অভিনয়ৰ প্ৰতি যুৱক-যুৱতীক এক মঞ্চৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। কেমেৰাৰ সন্মুখত কেনেদৰে অভিনয় কৰিব তাৰ ক্ষেত্ৰতো প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই কৰ্মশালাত। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ছিগাল, ৰংগায়নৰ অধ্যক্ষা আগিৰথী বাই কদম, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্ত, ছবি আৰু ধাৰাবাহিক পৰিচালক আজগৰ আহমেদ, অভিনেতা তথা পৰিচালক ধীৰাজ কুমাৰ, ধ্ৰুৱ কুমাৰ দাসকে ধৰি বহুটো ন পুৰণি অভিনয়ৰ ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তি। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.