কিন্তু কোন এই ঝড়বা, মিস্কী, শীলা,বাবলী? কিয় নাম শুনিলেই ভয় খায় চোৰাং চিকাৰীয়ে ৷ এই সম্পৰ্কত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন....
ওচামা বিন লাডেনৰ সন্ধান দিয়া ডগ স্কোৱাড অসমত - belgian malinois
কেইটামান বিশেষ নাম, ঝড়বা,মিস্কী, শীলা, বাবলী,ঝুৰ্বী....নাম শুনিলেই ভয় খায় চোৰাং চিকাৰীয়ে...
ওচমা বিন লাডেনৰ সন্ধান দিয়া ডগ স্কোৱাড অসমত
কিন্তু কোন এই ঝড়বা, মিস্কী, শীলা,বাবলী? কিয় নাম শুনিলেই ভয় খায় চোৰাং চিকাৰীয়ে ৷ এই সম্পৰ্কত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন....
Intro:ঝড়বা, মিস্কী, শীলা, বাবলী ইহত হৈ পৰিছে চিকাৰীৰ বাবে কাল। ইহতৰ নাম শুনিলেই ভয় খোৱা হৈছে চিকাৰী। কিন্তু কোন এই ঝড়বা, মিস্কী, শীলা, বাবলী? চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন
Body:ঝড়বা, মিস্কী, শীলা, বাবলী, ঝুৰ্বী, কোৱাৰ্মী, কেৰিণা এইকেইটা হৈছে বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ। বিগত ৮ বছৰে অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু বনাঞ্চলত বনৰীয়া জন্তুক সুৰক্ষা প্ৰদান কৰি আহিছে ৭টা বিশেষভাৱে প্ৰশিক্ষিত K9 Dogs Squadএ। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা অবৈধ চোৰাং চিকাৰী হ্ৰাস কৰিবলৈ বন সুৰক্ষা কৰ্মীয়ে Dogs Squadক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। বিগত ২০১১ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী ধৰিবলৈ বন সুৰক্ষা কৰ্মীয়ে Dogs Squad ব্যৱহাৰ কৰিছিল।
ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা বিভিন্ন চোৰাং চিকাৰৰ ঘটনা সমাধান কৰিবলৈ Dogs Squadৰ দ্বাৰা সক্ষম হৈছে। বৰ্তমানলৈ অৰ্ধশতাধিকৰো অধিক চোৰাং চিকাৰী কৰায়ত্ব কৰাত সহায় কৰিছে এই Dogs Squadএ। বেলজিয়ান মেলিনীয়াজ প্ৰজাতিৰ এই Dogs Squadৰ ৰক্ষণাবেক্ষণ কৰে অৰণ্যকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা, পবিতৰা অভয়াৰণ্যত দুটা আৰু গুৱাহাটীত দুটা এই প্ৰজাতিৰ কুকুৰ ৰখা হৈছে।
এই প্ৰজাতিৰ কুকুৰক আমেৰিকা আৰু ইউৰোপত মিলিটাৰী ডগ হিচাপে ব্যৱহাৰ কৰা হয়। এই Dogs Sqaudৰ বিশেষত্ব এইটোৱে যে ইহঁতৰ ঘ্ৰাণ শক্তি(শুঙিব পাৰে) যথেষ্ট আৰু আক্ৰমণ কৰিব পাৰে। চোৰাং চিকাৰীয়ে কোনো এক অবৈধ চিকাৰ কৰাৰ বহু পিছতো ইহঁতে শুঙি অনুসন্ধান চলাই কৰায়ত্ব কৰাৰ ক্ষমতা আছে।
উল্লেখযোগ্য যে ২০১১ চনত বিশ্বৰ মষ্ট ওৱান্টেড সন্ত্ৰসবাদী ওচামা বিন লাডেনক পাকিস্তানৰ অৱতাবাদত US নেভিচিল বাহিনীয়ে K9ক দলটোৰ সদস্য হিচাপে লৈ তালাচী অভিযান চলাই লাডেনৰ সন্ধান উলিয়াইছিল। এই Dogs Sqaudৰ ফলত ৰাজ্যত কিছু পৰিমানে চোৰাং চিকাৰী হ্ৰাস পাইছে। পুৱা, গধূলি ইহঁতে পহৰা দিয়ে।
বাইট: বিভৱ তালুকদাৰ, সঞ্চালক অৰণ্যক
Conclusion:বন সুৰক্ষা কৰ্মীৰ লগতে এই Dogs Sqaudএ অনাগত দিনতো অবাধ চোৰাং চিকাৰৰ ৰক্ষণাবেক্ষণ কৰি আহিব বুলি আস্থা ৰখা হৈছে।

Last Updated : Jun 11, 2019, 9:08 PM IST