ETV Bharat / state

অৱহেলিত ভূপেন দা, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আছু নেতৃত্বৰ !

author img

By

Published : Sep 8, 2019, 6:25 PM IST

জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আছুৰ ৷ সমাধিক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছু নেতৃত্বই ৷ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ আহ্বান আছুৰ ৷

অবহেলিত ভূপেন দা, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আছু নেতৃত্বৰ !

গুৱাহাটী, 08 চেপ্তেম্বৰ : দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয় ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মজয়ন্তী ৷ বিশ্ববৰণ্য শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত উপস্থিত হয় আছু নেতৃত্ব ৷ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছু নেতৃত্বই ৷ পূৰ্বৰ চৰকাৰৰ সমূহৰ দৰেই এইখন চৰকাৰেও ভূপেন হাজৰিকাক অৱহেলা কৰা বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা সমজ্জুল কুমাৰ ভট্টাচাৰ্যই ৷ সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজিক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ লগতে গৱেষণাৰ বাবে স্বীকৃতি দিয়াৰ দাবী জনায় আছুৱে । তাৰোপৰি ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ, ভূপেন দাৰ নামত ৰে'লষ্টেচনৰ নামকৰণ, গাঁৱে ভূঁঞে ভূপেন দাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনায় আছুৰ উপদেষ্টাগৰাকীয়ে ৷

ইপিনে, সুধাকণ্ঠক মৰোণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যাবাদ জ্ঞাপন কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ লগতে তেখেতৰ সৃষ্টিৰাজিক সমগ্ৰ ভাৰতবৰ্ষৰ লোকে যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবে দিল্লীত সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰক আহ্বান জনায় আছুৰ সভাপতিগৰাকীয়ে ৷

Intro:দেওবাৰে ভূপেন দাৰ জন্মদিন উপলক্ষ্যে জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত উপস্থিত হয় আছু নেতৃত্ব। বিশ্ববৰণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে আছুৱে। ভাৰতৰত্ন ভূপেন দাৰ জন্মদিনটোত শিল্পী গৰাকীক স্মৰণ কৰিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। সমাধিক্ষেত্ৰৰ চৌহদত থিয় হৈ পুণৰ চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিলে আছুৱে।

Body:পূৰ্বৰ চৰকাৰৰ দৰে এই চৰকাৰেও ভূপেন দাক অৱহেলা কৰিছে বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ভূপেন দাৰ সৃষ্টিৰাজিক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ লগতে গৱেষণাৰ বাবে স্বীকৃতি দিয়াৰ দাবী জনাই আছুৱে। তাৰোপৰি ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ, ভূপেন দাৰ নামত ৰে'ল, গাঁৱে ভূৱে ভূপেন দাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা ল'বলৈ দাবী জনাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.