ETV Bharat / state

সোণাপুৰত ডিমৰীয়া আছুৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন - ETV BHARAT

সন্মুখত হেপাঁহৰ ৰঙালী ৷ তত নাইকিয়া হৈছে অসমীয়া ডেকা গাভৰুৰ ৷

সোণাপুৰত ডিমৰীয়া আছুৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন
author img

By

Published : Apr 13, 2019, 1:13 AM IST

গুৱাহাটী, 13 এপ্ৰিলঃ বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আন বছৰৰ দৰে এইবাৰো ডিমৰীয়া আছুৰ উদ্যোগত আৰু সোণাপুৰ আছুৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ৩০ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে "বিহু নাচৰ কৰ্মশালা-২০১৯"। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ।

সোণাপুৰত ডিমৰীয়া আছুৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন

১৩ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে সোণাপুৰ মিনি ষ্টেডিয়ামত ৰঙালী বিহু আদৰণি উৎসৱ অনুষ্ঠিত কৰা হ'ব । উক্ত অনুষ্ঠানটিত ৩০ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ আয়োজিত বিহু নাচৰ কৰ্মশালা ২০১৯-ৰ অংশগ্ৰহণকাৰী সকলক প্ৰদান কৰা হ'ব প্ৰমাণ পত্ৰ ।

A_GHY_803_12APRIL_ASSU_SONAPUR_BIHU_VISUAL_ASRAR

বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আন আন বছৰৰ দৰে এইবাৰো ডিমৰীয়া আছুৰ উদ্যোগত আৰু সোণাপুৰ আছুৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ৩০ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ ১৫ দিনীয়াকৈ"বিহু নাচৰ কৰ্মশালা-২০১৯"ৰ অনুষ্ঠিত  কৰা হয় । উক্ত কৰ্মশালাত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ১৩ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে সোণাপুৰ মিনি ষ্টেডিয়ামত ৰঙালী বিহু আআদৰণি উৎসৱ অনুষ্ঠিত কৰা হ'ব । উক্ত অনুষ্ঠানটিত ৩০ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ আয়োজিত বিহু নাচৰ কৰ্মশালা ২০১৯-ৰ অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব ।

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.