ETV Bharat / state

আৰম্ভ হ'ল এন আৰ চিৰ দাবী-অপত্তিৰ শুনানি - নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা

কেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী

আৰম্ভ হ'ল এন আৰ চি উন্নীতকৰণৰ দাবী-অপত্তিৰ শুনানি
author img

By

Published : Feb 15, 2019, 5:21 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবী-আপত্তিৰ শুনানি। প্ৰথম দিনটোতে শুনানি কেন্দ্ৰসমূহত পৰিলক্ষিত হৈছে ৰাইজৰ দীঘলীয়া শাৰী।

আৰম্ভ হ'ল এন আৰ চি উন্নীতকৰণৰ দাবী-অপত্তিৰ শুনানি
উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় খচৰাৰ পৰা পৰ্যাপ্ত নথি-পত্ৰৰ অভাৱত যিসকল লোকৰ নাম বাদ পৰিছিল তেওঁলোকে নিজৰ নাম খচৰাখনত সন্নিবিষ্ট কৰাৰ বাবে পুনৰ আবেদন জনাইছিল। সেই আবেদনকাৰী সকলে শুকুৰবাৰৰ পৰা শুনানি কেন্দ্ৰসমূহত নিজৰ তথ্যসমূহ প্ৰদান কৰিব পাৰিব।
undefined

Intro:আজিৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ দাবী-অপত্তিৰ শুনানি। শুনানি কেন্দ্ৰ সমূহত পৰিলক্ষিত হৈছে দীঘল লাইন।

Body:উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ দাবী-অপত্তিৰ শুনানি আজিৰ পৰা আৰম্ভ হৈছে। নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰাৰ পৰা পৰ্যাপ্ত নথি-পত্ৰৰ অভাৱত যিসকল লোকৰ নাম বাদ পৰিছিল তেওঁলোকে নিজৰ নাম খচৰাখনত সন্নিবিষ্ট কৰাৰ বাবে পুনৰ আবেদন জনাইছিল।

বাইট : স্থানীয় নাগৰিক।

Conclusion:ৰাজ্যত থকা বিভিন্ন দাবী-অপত্তিৰ শুনানি কেন্দ্ৰ সমূহৰ লগতে মহানগৰী গুৱাহাটীৰ কেন্দ্ৰ সমূহটো পুৱাৰে পৰা ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.