ETV Bharat / state

জীৱনৰ আদ বাটতে মৃত্যুৰে যুঁজিছে মঙলদৈৰ এজন যুৱকে !

author img

By

Published : Oct 29, 2019, 3:11 PM IST

মঙলদৈৰ প্ৰাঞ্জল ডেকা নামৰ এজন যুৱকৰ দুয়োটা কিডনী বিকল ৷ যুৱকজনক সুস্থ কৰিবলৈ প্ৰয়োজন বৃহৎ ধনৰাশিৰ ৷ কোনো ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেন্তে Sovam chandra Deka. তেখেতৰ Account number 30929388664, IFSC SBIN0002077 ধন জমা দিব পাৰে ৷

জীৱনৰ আদ বাটতে মৰণপণ যুঁজ দিছে মঙলদৈৰ এজন যুৱকে

গুৱাহাটী, 29 অক্টোবৰঃ মঙলদৈৰ এজন যুৱক, নাম প্ৰাঞ্জল ডেকা ৷ মঙলদৈ ভকতপাৰাৰ যুৱকজন সম্প্ৰতি হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজ দি আছে ৷ কাৰণ যুৱকজনৰ দুয়োটা কিডনীয়েই বিকল ৷

প্ৰাঞ্জল ডেকা
A young boy from mandaldai kidney fail
হাস্পতালত প্ৰাঞ্জল ডেকা
A young boy from mandaldai kidney fail
প্ৰাঞ্জল ডেকা

যুৱকজনক সুস্থ কৰি তুলিবলৈ পৰিয়ালৰ লোকক দৰকাৰ এটা কিডনীৰ ৷ কিডনীৰ বাবদ পৰিয়ালটোক লাগে বহু পৰিমাণৰ ধন ৷ কিন্তু হাতত নাই জমা ধন ৷ চিকিৎসাৰ বাবদ ইতিমধ্যে খৰচ হৈছে বৃহৎ ধনৰাশি ৷ সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা সহায় বিচাৰিছে ৷ যদি কোনো ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে Sovam chandra Dekaৰ নামত থকা Account number-30929388664, IFSC-SBIN0002077 ধন জমা দিব পাৰে ৷ আপোনাৰ অকণমান সহায়ে প্ৰাঞ্জলক পুনৰ জীৱনত আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিব ৷ বৰ্তমান প্ৰাঞ্জল ডেকা দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে ৷

Intro:জটিল ৰোগত আক্ৰান্ত এজন যুৱক Body:জটিল ৰোগত আক্ৰান্ত এজন সুঠাম যুৱক ৷ নাম প্ৰাঞ্জল ডেকা ৷ মঙলদৈ ভকতপাৰাৰ এই যুৱকজনে এতিয়া হাস্পতালৰ বিচনাত মৰণপন যুঁজি আছে ৷ যুৱকজনৰ দোয়োটা কিডনী বিকল ৷ পৰিয়ালে অহোপুৰুষাৰ্থ কৰিছে যুৱকজনক সুস্থ কৰি তুলিবলৈ ৷ কিন্ত পৰিয়ালটিৰ হাতত নাই জমা ধন ৷ বৃহৎ পৰিমানৰ ধনৰাশি ইতিমধ্যেই খৰচ কৰিছে চিকিৎসাত ৷ বৰ্তমান প্ৰাঞ্জল দিচপুৰ পলিক্লিনিকৰ আইচিইত ৷ যুৱকজনক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন এটা কিডনীৰ ৷ যাৰ বাবে পৰিয়ালটোক লাগে বহু পৰিমানৰ ধন ৷ সেয়ে দূৰ্ভগীয়া পৰিয়ালটিয়ে ৰাইজৰ পৰা বিচাৰিছে কিছু সহায় ৷ অন্যথা সুস্থ হৈ নুঠিব প্ৰাঞ্জল ৷ জীৱন যুঁজত হাৰ মানিব নোখোজা প্ৰাঞ্জল যেন সুস্থ হৈ উঠক ৷ চিকিৎসকেও পাৰ্যমানে চিকিৎসা আগবঢ়াইছে প্ৰাঞ্জলক ৷ কিন্ত আৰ্থিক দুৰাৱস্থাই পৰিয়ালটোক হাহাকাৰ কৰি তুলিছে ৷ দিকবিদিক হেৰুৱাই কাতৰে অসমৰ ৰাইজলৈ আহ্বান জনাইছে সহায়ৰ বাবে ৷ যদি কোনো লোকে যুৱকজনক সহায় কৰিব বিচাৰে তেন্তে উল্লেখিত একাউন্ট নম্বৰত জমা দিব পাৰে ৷

Sovam chandra deka

Account number 30929388664

IFSC SBIN0002077

Kharupetia branchConclusion:লিপিকা ডেকা,গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.