ETV Bharat / state

১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন - বিধানসভাৰ প্ৰধান সচিব

অনুসূচিত জাতি আৰু জনজাতিৰ ওকলি যোৱা ম্যাদ 10 বছৰলৈ বৃদ্ধিৰ প্ৰসংগৰে,13 জানুৱাৰীত অনুষ্ঠিত হ'ব বিধানসভাৰ এক বিশেষ অধিৱেশন ৷

১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব
অসম বিধানসভাৰ বিশেষ অধিৱেশন
author img

By

Published : Jan 11, 2020, 10:44 AM IST

গুৱাহাটী, 11 জানুৱাৰী: প্ৰতিবেদন অনুসৰি অহা 13 জানুৱাৰীত আয়োজন কৰা হৈছে বিধানসভাৰ এক বিশেষ অধিৱেশন ৷ বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই সদৰী কৰা তথ্য অনুসৰি অনুসূচিত জাতি আৰু জনজাতিৰ সা সুবিধাৰ ম্যাদ 10 বছৰৰ বাবে বৃদ্ধি কৰা প্ৰসংগত আয়োজন কৰা হৈছে এই অধিৱেশন ৷ কিয়নো তেওঁলোকে লাভ কৰা সুবিধা সমূহৰ ম্যাদ ইতিমধ্যে ওকলি গৈছে ৷

১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন

লগতে পঢ়ক: মই এতিয়া জনপ্ৰিয় শিল্পী নহয়,বিদ্ৰোহী শিল্পী হে ! কোনে ক’লে ?

Intro:গুৱাহাটী, ১১ জানুৱাৰী: যি সময়ত নাগৰিকত্ব সংশোধনী বিধায়ক আৰু তাৰ পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্যৰ বিৰোধী দলসমূহে বিধানসভাৰ বিশেষ অধিবেশন দাবী কৰি আহিছিল , সেই সময়ত ৰাজ্য চৰকাৰে বিৰোধীৰ এনে দাবী নস্যাৎ কৰিছিল । কিন্তু অতি লক্ষনীয়ভাবে মাঘ বিহুৰ উৰুকাৰ আগদিনা অৰ্থাৎ ১৩ জানুৱাৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলৈ লৈছে বিধানসভাৰ বিশেষ অধিবেশন ।

Body:কিন্তু "কা" ক লৈ আয়োজন কৰা হোৱা নাই এই বিশেষ অধিবেশনৰ । বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ অনুসূচিত জাতি আৰু জনজাতি সমূহে সুদীৰ্ঘ সময় ধৰি লাভ কৰি অহা বিশেষ চৰকাৰী সা সুবিধা সমূহৰ ম্যাদ ২০১৯ বৰ্ষত শেষ হৈছে । সেই সা সুবিধা সমূহৰ ম্যাদ আৰু দহ বছৰৰ বাবে বৃদ্ধি কৰিবলৈহে এই বিশেষ অধিবেশনৰ আহ্বান জনোৱা হৈছে ।

Conclusion:মাত্ৰ এদিনৰ বাবে অনুষ্ঠিত হবলগীয়া এই অধিবেশনত পুৱাৰ ভাগত সদনৰ কাৰ্যক্ৰমনিকাত ৰখা হৈছে ৰাজ্যপালৰ ভাষণ । ১৩ জানুৱাৰীত পুৱাৰ পৰা নিশালৈকে চলিব বিধানসভাৰ এই বিশেষ অধিবেশন ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.