ETV Bharat / state

মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন-আলহী

অসম ৰাজ্যিক চিৰিয়াখানাত আগমন ঘটিছে ন-আলহীৰ ৷ এই আলহীয়ে প্ৰায় ৩,৩০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি বৃহস্পতিবাৰে উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত ৷ ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে ৷

ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে
মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন আলহী
author img

By

Published : Dec 5, 2019, 7:19 PM IST

গুৱাহাটী, 5 ডিচেম্বৰঃ অসম ৰাজ্যিক চিৰিয়াখানাত আগমন ঘটিছে ন আলহীৰ ৷ এই আলহীয়ে প্ৰায় ৩,৩০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি বৃহস্পতিবাৰে উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত ৷ ন আলহী বুলি মহীশূৰৰ পৰা অসমলৈ অনা এটা জিৰাফৰ কথা কোৱা হৈছে ৷ জিৰাফটোক চিৰিয়াখানা কৰ্তৃপক্ষই ইতিপূৰ্বে পাটনাৰ পৰা অনা মাইকী জিৰাফজনীৰ সৈতে ৰাখিছে ৷ উল্লেখ্য যে, অসম বিখ্যাত এশিঙীয়া গঁড়ৰ বিনিময়ত এই জিৰাফটো আনিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ ফলত চিৰিয়াখানাৰ সৌন্দৰ্য আৰু দৰ্শনাৰ্থী দুয়োটাই বৃদ্ধি পাব বুলি সকলোৱে আশা কৰিছে ৷

মহীশূৰৰ পৰা চিৰিয়াখানালৈ আহিল ন আলহী

লগতে চাওকঃন পাৰ্কিং জ'ন হিচাপে ঘোষণা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Intro:চিৰিয়াখানাৰ নতুন আলহীBody:অসম ৰাজ্যিক চিৰিয়াখানা পালেহি মাইচ'ৰ জিৰাফটো ৷ ৩৩০০ কি:মিটাৰ ৰাস্তা অতিক্ৰম কৰি বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যিক চিৰিয়াখানাত ৷ ইতিমধ্যে পাটনাৰ পৰা অনা মাইকী জিৰাফজনীৰ সৈতে চিৰিয়াখানাত একেলগে সময় অতিবাহিত কৰিছে ৷ অসমৰ এখিঙীয়া গড়ৰ বিনিময়ত এই জিৰাফ আনিছে ৰাজ্যিক চিৰিয়াখানাই ৷ যাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি পাব বুলি সকলোৱে আশা কৰিছে ৷ লগতে দৰ্শনাৰ্থীও বৃদ্ধি পাব চিৰিয়াখানাত ৷Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.