ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

5 PM TOP TEN NEWS
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 7, 2020, 5:04 PM IST

অৱহেলিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিয়া কাকজান খেলপথাৰ

এখন পূৰ্ণাংগ খেলপথাৰৰ বাবে হাহাকাৰ টীয়কৰ এজাক উৎসাহী প্ৰজন্মৰ ৷ টীয়কৰ কাকজান খেলপথাৰক এলাগী কৰাৰ অভিযোগ ৷ আন্তঃগাঁথনি বিহীন খেলপথাৰ খনত অনুশীলন বহু খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা আঁজুৰি অনাৰ পাছতো অৱহেলিত কাকজান খেলপথাৰ ৷ তৰুণ প্ৰজন্মৰ খাতিৰত খেলপথাৰ খনক পূৰ্ণাংগ ৰূপ দি গঢ়ি তোলাৰ আহ্বান সচেতন ৰাইজৰ ৷

পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত

নগাঁও আৰক্ষীৰ জালত ধিঙৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ জব্দ সজীৱ গুলীসহ মাৰণাস্ত্ৰ ৷

প্ৰসংগ ৰাজীৱ নেওগ হত্যাকাণ্ডঃ মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ সংবাদমেল ৷ ৰাজীৱ নেওগৰ হত্যাকাণ্ডৰ শেহতীয়া তথ্য সন্দৰ্ভত অধীক্ষক গৰাকীৰ সংবাদমেল ৷

আহিনমহীয়া বানৰ কবলত ধেপাৰগাঁৱবাসী

বিগত প্ৰায় 90 দিনে সংযোগ বিচ্ছিন্ন হৈ আছে ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ ৷ কিয়নো আহিনমহীয়া বানৰ কবলত পৰিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ ধেপাৰগাঁও ৷ অঞ্চলবাসীয়ে সন্মুখীন হৈছে তীব্ৰ সমস্যাৰ ৷

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা

বিশ্বত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 67,57,131 ৰ ঘৰ ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,04,555 গৰাকীয়ে আৰু বিগত 24 ঘণ্টাৰ ভিতৰত প্ৰাণ হেৰুৱাইছে 986 গৰাকীয়ে ৷

অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

ইতিমধ্যেই উলুবাৰীস্থিত CIDৰ কাৰ্য্যালয়ত দত্তক চলাই থকা হৈছে মাৰাথন জেৰা ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পিকে দত্ত ৷

ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ কটাক্ষ ৰাহুল গান্ধীৰ

মৌনতা ভংগ কৰিবলৈ প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীক টুইটযোগে পৰামৰ্শ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মৌন হৈ থকাক লৈ তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। পঞ্জাৱত সম্বোধন কৰা এখন সংবাদমেলৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীয়ে চীনক ভাৰতৰ ভূমি এৰি দিছে বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।

পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

নগা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনাৰ খৰচা প্ৰস্তুত কৰিছে কেন্দ্ৰই ৷ নগা বিদ্ৰোহী সংগঠনে বান্ধি দিয়া পৃথক পতাকাৰ দাবী নাকচ কৰি কেন্দ্ৰই প্ৰস্তুত কৰে এই খচৰা ৷

হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি

হাথৰসৰ গণধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলক প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি কৰিলে উত্তৰ প্ৰদেশৰ চৰকাৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত বৃ্দ্ধি কৰা হৈছে প্ৰতিবেদন জমা দিয়াৰ সময়সীমা।

নলবাৰী পৌৰসভাৰ নৱ-নিৰ্মিত ভৱন মুকলি

নলবাৰী পৌৰসভাৰ নৱ-নিৰ্মিত ভৱন মুকলি ৷ কৰ্মচাৰী সকলৰ দৰমহা নিয়মীয়াকৰণৰ ক্ষেত্ৰতো বিধায়কৰ আশ্বাস প্ৰদান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.