গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে
দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল IX-1344 বিমানৰ সহ-পাইলট অখিলেশ কুমাৰ ৷ ইহ সংসাৰত এৰি থৈ গ'ল গৰ্ভৱতী পত্নীক ৷
ক'ভিড-19 : বিশ্বৰ শেহতীয়া তথ্য
সমগ্ৰ বিশ্বত কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে 1,95,46,748 গৰাকী লোক ৷ আনহাতে বিশ্বজুৰি কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 7,24,123 গৰাকী লোকৰ ৷ তদুপৰি এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 1,25,47,767 গৰাকী ক'ভিড-19 ত আক্ৰান্ত ৰোগীয়ে ৷
কাজিৰঙাত পুনৰ গঁড় হত্যা : খৰ্গ লৈ উধাও চোৰাং চিকাৰী
কাজিৰঙাত পুনৰ গঁড় হত্যা । মাইকী গঁড়ক গুলীয়াই হত্যা কৰি খৰ্গ লৈ উধাও চোৰাং চিকাৰী ।
পিতৃ-মাতৃৰ অৱৰ্তমানত পৰিয়ালৰ গধুৰ দায়িত্ব লৈছে কণমানি ৰূপালীয়ে
বৰপথাৰৰ এগৰাকী 14 বছৰীয়া সাহসী কিশোৰীয়ে পৰিয়াল পোহপাল দি আছে দিন হাজিৰা কৰি ৷ ভাতৃ আৰু ভগ্নীৰ খোৱা-বোৱাৰ লগতে পঢ়া-শুনাৰ দ্বায়িত্ব কান্ধপাতি লৈছে অতি কম বয়সতে ৷
মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙৰ
কেৰালাৰ বিমান দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙ পুৰীৰ ৷ আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে লাভ কৰিব 50,000 টকাৰ সাহাৰ্য ৷
পূৱ বিলাসীপাৰাৰ বহলপুৰত সমূহীয়া মৎস্য চিকাৰ
পূৱ বিলাসীপাৰাৰ বহলপুৰত এক দৃষ্টি নন্দন দৃশ্য । বহলপুৰত সমূহীয়া মৎস্য চিকাৰ ৷ ৰাজহুৱাভাৱে মাছ ধৰাৰ এক ঐতিহাসিক পৰম্পৰা ৷ বহলপুৰৰ ঝাকুৱাৰ ঘাটত একেলগে প্ৰায় তিনি শতাধিক ৰাইজৰ মৎস চিকাৰ ।3
ক’ভিড-19 ত মৃত্যু নগাঁৱৰ আৰক্ষী কনিষ্টবল
ক’ভিড যুদ্ধত শ্বহীদ আন এগৰাকী আৰক্ষী কৰ্মী ৷ শোকস্তব্ধ নগাঁও আৰক্ষী । শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ ৷
জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?
জলকীয়া হ'ল ভাৰতৰ এবিধ অতি গুৰুত্বপূৰ্ণ মচলা ৷ আপুনি বাৰু জলকীয়া খাবলৈ ভাল পায় নেকি ? ফুচকা তাত অলপমান জলা আৰু চাট তাত অলপ জলা, মুখলৈ পানী আহি যায় নহয়নে ? আহকচোন ড৹ ৰংগানায়ুকুলুৰ পৰা জানো জলকীয়াই আমাৰ স্বাস্থ্যত কেনেধৰণৰ প্ৰভাৱ পেলায় .....
ডিঙি কাটি হত্যা চালককঃ লাহৰীঘাটত চাঞ্চল্য
চালকক ডিঙি ৰেপি পেলাই থৈ গ’ল লাহৰীঘাটত । আৰক্ষীৰ তদন্ত অব্যাহত । বৰ্তমানলৈ চিনাক্ত হোৱা নাই হত্যাকাৰী । ঘটনাক কেন্দ্ৰ কৰি লাহৰীঘাটত অব্যাহত আছে চাঞ্চল্য ।
কৰ’ণা যোদ্ধাৰ কাষত চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চ
চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰসংশনীয় পদক্ষেপ ৷ কৰ’ণা যোদ্ধাৰ প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটীৰ পৰা আনিলে প্লাজমা ৷