দক্ষিণ কামৰূপ/আজাৰা, 8 ফেব্ৰুৱাৰী : সন্ধিয়া ৬ বাজি ১৭ মিনিটত ৰাজ্যত অনুভূত হ'ল ভূমিকম্পৰ জোঁকাৰণী ৷ ৫.১ ৰিখটাৰ স্কেলত প্ৰায় ২০ ছেকেণ্ড ধৰি অনুভূত হয় এই জোঁকাৰণী ।
![ৰাজ্যত ভূমিকম্পৰ জোঁকাৰণী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-kam-8feb-801-802-earthquke-in-assam-10020_08022020183309_0802f_1581166989_615.jpg)
![৫.১ ৰিখটাৰ স্কেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-kam-8feb-801-802-earthquke-in-assam-10020_08022020183309_0802f_1581166989_982.jpg)
এই ভূমিকম্পৰ উৎপত্তিস্থল গুৱাহাটীৰ পৰা পশ্চিম দিশে ৮৬ কি.মি. নিলগত বুলি জানিব পৰা গৈছে । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ৷
আৰু পঢ়ক : পেঙেৰী ধৰ্ষণকাণ্ড: আটাইকেইজন অভিযুক্তৰ শাস্তিৰ দাবীত মহিলাৰ বৃহৎ প্ৰতিবাদ