ETV Bharat / state

উত্তৰ পূৰ্বাঞ্চলৰ 2 খন ৰাজ্যৰ 6টা লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ

অসমৰ কৰিমগঞ্জ , শিলচৰ , স্বায়ত্ত শাসিত জিলা ,মঙলদৈ , নগাঁও আৰু মণিপুৰৰ ইন-আৰত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ
author img

By

Published : Apr 18, 2019, 10:13 AM IST

গুৱাহাটী , 18 এপ্ৰিল : আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অসমৰ কৰিমগঞ্জ , শিলচৰ , স্বায়ত্ত শাসিত জিলা ,মঙলদৈ , নগাঁও আৰু মণিপুৰৰ ইন-আৰত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ৷

etv bharat
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে ত্ৰিপুৰাত পূৰ্বতে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুৰক্ষাজনিত কাৰণৰ বাবে 23 এপ্ৰিললৈ বাতিল কৰা হয় ৷

Intro:উত্তৰ পূৰ্বাঞ্চলৰ ২ খন ৰাজ্যৰ ৬ খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ ।

Body:অসমৰ ৫ খন কৰিমগঞ্জ , শিলচৰ , সাহিত্য-শাষিত জিলা ,মঙ্গলদৈ , নগাঁও আৰু মণিপুৰৰ মণিপুৰ ইন-আৰ আৰম্ভ ভোটদান প্ৰক্ৰিয়া । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰম্ভ ভোটদান প্ৰক্ৰিয়া । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ত ত্ৰিপুৰাৰ ত্ৰিপুৰা পূৰ্ব ত হবলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় । ২৩ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হব ।

Byte and DL Hindi

Conclusion:Asrar Ansari
গুৱাহাটীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.