গুৱাহাটী , 18 এপ্ৰিল : আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অসমৰ কৰিমগঞ্জ , শিলচৰ , স্বায়ত্ত শাসিত জিলা ,মঙলদৈ , নগাঁও আৰু মণিপুৰৰ ইন-আৰত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ৷
![etv bharat](https://etvbharatimages.akamaized.net/etvbharat/images/a-ghy-801-18april-ls-election-visual-byte-pc-hindi-asrar_18042019090323_1804f_00457_434.jpg)
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে ত্ৰিপুৰাত পূৰ্বতে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুৰক্ষাজনিত কাৰণৰ বাবে 23 এপ্ৰিললৈ বাতিল কৰা হয় ৷