- গুৱাহাটী ৰেলৱে ষ্টেচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ S 11 নং ডবাৰ শৌচাগাৰৰ পৰা .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ
- আৰক্ষীক দেখি পলায় যাবলৈ সক্ষম হয় পিষ্টল সৰবাৰাহকাৰী
- উল্লখ্যে যে, গাঞ্জা আৰু নিচাজাতীয় দ্ৰব্যৰ পাচত গুৱাহাটী ৰেল ষ্টেচন হৈ পৰিছে নেকি অস্ত্ৰ সৰবৰাহৰ কেন্দ্ৰ গুৱাহাটী ৰে’ল ষ্টেচনত .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ
গুৱাহাটী ৰে’ল ষ্টেচনত .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ - 30 জাঁই সজীৱ গুলী
দেওবাৰে পুৱা ৰেল আৰক্ষীৰ তালাচীত নামনিমুৱা এক্সপ্ৰেছৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰখিনি ৷
![গুৱাহাটী ৰে’ল ষ্টেচনত .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3968473-thumbnail-3x2-jp.jpg?imwidth=3840)
গুৱাহাটী ৰে’ল ষ্টেচনত .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ
- গুৱাহাটী ৰেলৱে ষ্টেচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ S 11 নং ডবাৰ শৌচাগাৰৰ পৰা .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ
- আৰক্ষীক দেখি পলায় যাবলৈ সক্ষম হয় পিষ্টল সৰবাৰাহকাৰী
- উল্লখ্যে যে, গাঞ্জা আৰু নিচাজাতীয় দ্ৰব্যৰ পাচত গুৱাহাটী ৰেল ষ্টেচন হৈ পৰিছে নেকি অস্ত্ৰ সৰবৰাহৰ কেন্দ্ৰ গুৱাহাটী ৰে’ল ষ্টেচনত .22 পিষ্টলসহ 30 জাঁই সজীৱ গুলী উদ্ধাৰ
Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধেৰ .২২ পিষ্টল সহ ৩০ জাই সজীৱ গুলী
Body:ৰাবিবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ S 11 নং ডবাৰ সোঁচগাৰ শৌচালাই পৰা এখন .২২ পিষ্টল আৰু ৩০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষী দেখি পলায় যাবলৈ সক্ষম হয় পিষ্টল সৰবাৰাহ কৰি।
Byte আৰক্ষী
Conclusion:প্ৰায় গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পাদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনা পাছত এটা কথা স্পষ্ট হৈ পৰিছে অস্ত্ৰ
সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে ৰেল পথ ব্যৱহাৰ কৰি আহিছে।
Asrar Ansari
গুৱাহাটী