ETV Bharat / state

Rape case in Guwahati : মহানগৰীত ধৰ্ষণৰ বলি ১৮ বছৰীয়া যুৱতী, অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Dec 18, 2022, 1:24 PM IST

মহানগৰীত চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে (Rape case in Guwahati)। কাম দিয়াৰ প্ৰলোভন দি দুই যুৱকে ধৰ্ষণ কৰে এগৰাকী ১৮ বছৰীয়া যুৱতীগৰাকীক । বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ধৰ্ষণকাৰী আমিৰুল ইছলাম আৰু আবু আব্দুল্লাহক ।

Rape case in Guwahati
মহানগৰীত ধৰ্ষণৰ ঘটনা
  • মহানগৰীত পুনৰ ধৰ্ষণৰ ঘটনা !
  • দলবদ্ধ ধৰ্ষণ এগৰাকী ১৮ বছৰীয়া যুৱতীক (18 year old girl raped in Guwahati)
  • কাম দিয়াৰ প্ৰলোভন দি দুই যুৱকে ধৰ্ষণ কৰে যুৱতীগৰাকীক
  • যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষী থানাত ৰুজু গোচৰ
  • অভিযুক্ত দুই ধৰ্ষণকাৰীকো গ্ৰেপ্তাৰ
  • বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমিৰুল ইছলাম আৰু আবু আব্দুল্লাহক (Two arrested in Guwahati rape case)
  • তেজপুৰ ৰৌমাৰিৰ পৰা কামৰ প্ৰলোভন দি যুৱতীগৰাকীক গুৱাহাটীলৈ আনিছিল ধৃত দুই যুৱকে
  • লখৰা বামুনপাৰাৰ এক নিৰ্মীয়মান অট্টালিকালৈ নি নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক
  • তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

লগতে পঢ়ক :Human trafficking racket at Jonai : চিলাপথাৰ পৰা আটক মানৱ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.