ETV Bharat / state

অসমত পুনৰ 15 জন লোকৰ দেহত চিনাক্ত COVID-19 - ফাঁচি বজাৰত চিনাক্ত হৈছে COVID 19 আক্ৰান্ত

অসমত পুনৰ 15জনৰ দেহত COVID-19 চিনাক্ত ৷ কামৰূপ মহানগৰতে চিনাক্ত হৈছে আটাইকেইজন ব্যক্তি ৷

15 more person tested COVID-19 positive in kamrup metro

author img

By

Published : May 13, 2020, 7:36 PM IST

নিউজ ডেস্ক, 13 মে' : অসমত পুনৰ 15 জন লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷ চিনাক্ত হোৱা আটাইকেইজন ব্যক্তি কামৰূপ মহানগৰৰ ৷ ফাঁচি বজাৰত চিনাক্ত হৈছে COVID-19 আক্ৰান্ত আটাইকেইজন ব্যক্তি ৷ প্ৰথমবাৰৰ বাবে এদিনত সৰ্বাধিক COVID-19 আক্ৰান্ত চিনাক্ত হৈছে অসমত ৷

  • Alert ~ 15 persons are tested #COVID19 + in Kamrup Metro. All are related to patient from Guwahati's Fancy Bazaar, who tested + recently. All under quarantine and please dont panic.

    ↗️Total cases 79
    ↗️Discharged 39
    ↗️Active cases 37

    Update 7.10 pm/May 13#AssamCovidCount

    — Himanta Biswa Sarma (@himantabiswa) May 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমানলৈকে অসমত COVID-19ত আক্ৰান্ত হৈছে 79 গৰাকী লোক ৷ ইয়াৰে 39 গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 37 গৰাকীয়ে ৷ ইতিমধ্যে মৃত্যু হৈছে দুগৰাকীৰ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰী কৰে এই তথ্য ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.