ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 27, 2021, 11:03 AM IST

প্ৰাক্তন বিধায়িকা আৰতি কছাৰীৰ মৃত্যু

দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰী হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা ইহলীলা সম্বৰণ কৰে ।

গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

বিগত বছৰৰ শেষৰ ভাগৰ পৰা প্ৰস্তাৱিত কৃষি আইনৰ বিৰোধিতাৰে দেশৰ কৃষক সকলে দুমাহ ধৰি শান্তি পূৰ্ণভাৱে সীমান্তত প্ৰতিবাদ কৰি আহিছিল ৷ কিন্তু মঙলবাৰে গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰে লালকিল্লাৰ চৌহদ ৷ কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে হিংসাত্মক হৈ পৰে সমগ্ৰ পৰিৱেশ ৷

গণৰাজ্য দিৱসৰ দিনাই কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে কি কৰিছে !

কামপুৰ চাংচকী পথাৰত তুমুল যুজঁ গুণা ম’হৰ। ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ন্যায়লয়ৰ বাধাকো নেওচি কামপুৰ চাংচকী পথাৰত ম'হ পালক সকলে গণৰাজ্য দিৱসৰ দিনাই অনুষ্ঠিত কৰিলে ম'হ যুঁজ ৷ ইপিনে গুণা ম'হৰ যুজেঁ আপ্লুত কৰিলে পথাৰত উপস্থিত অগণন ৰাইজক ৷

কৃষক বিদ্ৰোহৰ অগনিয়ে চুইছে ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাস

ৱাশ্বিংটন ডিচি স্থিত ভাৰতীয় দূতাবাসৰ সমীপত প্ৰতিবাদ ৷ ভাৰতীয় কৃষক বিদ্ৰোহলৈ সমৰ্থন জনাই একাংশই আৰম্ভ কৰিছে এই প্ৰতিবাদ ৷ দাবী উঠিছে পৃথক খালিস্তান গঠনৰ ৷

লালকিল্লাত পতাকা উত্তোলন: পাঞ্জাৱী অভিনেতাক NIAৰ চমন

লালকিল্লাতা কৃষকৰ পতাকা উত্তোলন কৰাৰ সময়ত দীপ সিন্ধুয়ে ফেচবুক লাইভ কৰিছিল ৷ সেই লাইভতে সিন্ধুৱে উল্লেখ কৰিছিল যে,আমি প্ৰতিবাদ সাব্যস্ত কৰা আমাৰ গণতান্ত্ৰিক অধিকাৰ সেই হে আমি লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰিছো ৷

প্ৰতিবাদত উত্তপ্ত দিল্লী: আহত 86 গৰাকী আৰক্ষী

মংগলবাৰৰ দিনটোত কৃষকৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দিল্লীৰ ৰাজপথ ৷ প্ৰতিবাদৰ সময়ত কৃষক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত গুৰুতৰভাৱে আহত হয় 86গৰাকীকৈ আৰক্ষী ৷ প্ৰতিবাদকাৰী সকলে সামাজিক আৰু ৰাজহুৱা বহু সম্পত্তি ক্ষতি কৰাৰ বাবে কৃষক প্ৰতিবাদকাৰীৰ ওপৰত ৰুজু কৰা হয় চাৰিটাকৈ গোচৰ ৷

২৯ জানুৱাৰিৰ পৰা মুম্বাই উপনগৰ নেটৱৰ্কত চলিব ২,৯৮৫ টা সেৱা

কেন্দ্ৰীয় ৰেলৱে উপনগৰ সেৱাসমূহ বৰ্তমানৰ ১,৫৮০ ৰ পৰা ১,৬৮৫ টা সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু পশ্চিম ৰেলৱে ২৯ জানুৱাৰীৰ পৰা বৰ্তমানৰ ১,২০১ টা উপনগৰ সেৱা ১,৩০০ সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।

দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰত কোন জড়িত?

লালকিল্লাত সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ আঁৰত আছে সন্ত্ৰাসবাদী,খালিস্তানী আৰু কংগ্ৰেছ ৷ কৃষকে এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে ৷ কৃষকৰ এনে কু-কাৰ্য ইতিহাসত নাই বুলি মন্তব্য কৰে কৰ্ণাটকৰ কৃষি মন্ত্ৰী বি চি পাটিলে ৷

ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন

ধিঙৰ চহৰীয়াত প্ৰায় পাঁচ শতাধিক বড়ো পৰিয়ালে অতীজৰে পৰা বাথৌ চান পূজা পালন কৰি আহিছে ৷ বাথৌ পূজাত সিজু গছক ঈশ্বৰৰ ৰূপত মানি লৈ নীতি-নিয়মেৰে পূজা-অৰ্চনা কৰা হয় ৷ মঙলবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে এই উৎসৱ পালন কৰে চহৰীয়াৰ বড়ো জনগোষ্ঠীয় লোকসকলে ৷

বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক পৰাজিত কৰিব পৰা যাব: হৰ্ষ বৰ্ধন

2020 বৰ্ষটো বিজ্ঞানৰ বছৰ আছিল কিয়নো বিশ্বৰ সকলো বিজ্ঞানীয়ে গৱেষণা কৰাত ব্যস্ত হৈ পৰিছিল ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণ কৰাত ৷ ক’ৰণা মহামাৰী সময়তে মানুহৰ মানৱীয়তাও দেখা পোৱা গৈছিল মানৱ জাতিক সহায় কৰা আৰু ৰক্ষা কৰিবৰ বাবে সকলো ওলাই অহা দেখা পোৱা গৈছিল যিয়ে মানৱ সমাজক এক অনন্য অভিজ্ঞতা প্ৰদান কৰি গ’ল ৷ এই দৰে মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.