ETV Bharat / state

মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

সুৰা পান কৰি যোৰহাটৰ এটা ক’ভিড কেয়াৰ চেন্টাৰত স্বাস্থ্য কৰ্মীক অশালীন ব্যৱহাৰ কৰিলে চেন্টাৰটোত চিকিৎসাধীন কৰ’ণা আক্ৰান্ত এজন যুৱকে ।

author img

By

Published : Sep 10, 2020, 7:23 AM IST

Youth misbehaving woman health worker in Covid Centre
ক’ভিড চেন্টাৰত স্বাস্থ্য কৰ্মীক অপদস্থ মাতাল যুৱকৰ

যোৰহাট, 10 ছেপ্টেম্বৰ: বুধবাৰে নিশা যোৰহাটতৰ এটা ক’ভিড কেয়াৰ চেন্টাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ সুৰা পান কৰি চেন্টাৰটোত নিয়োজিত স্বাস্থ্য কৰ্মীক অশালীন ব্যৱহাৰ কৰ’ণাত আক্ৰান্ত এজন যুৱকৰ ।

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত স্থাপন কৰা অস্থায়ী ক’ভিড কেয়াৰ চেন্টাৰটোত সংঘটিত হৈছে এই ঘটনা ৷ নিশা সুৰাসক্ত যুৱকজনে শাৰীৰিকভাৱে অপদস্থ কৰে এগৰাকী মহিলা স্বাস্থ্য কৰ্মীক । অৱশ্যে স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী আৰু আন একাংশ ক’ভিড আক্ৰান্ত ৰোগীয়ে শান্ত কৰে পৰিস্থিতিৰ । কিন্তু প্ৰশ্ন হয়, ক’ভিড কেয়াৰ কেন্দ্ৰটোলৈ কেনেকৈ আহিল সুৰা, ক’ৰ পৰা সংগ্ৰহ কৰি সুৰাপান কৰিলে ক’ভিড আক্ৰান্ত ৰোগীয়ে ! এই লৈ চৰ্চা চলিছে জিলাখনৰ সৰ্বত্ৰে ৷

লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.