ETV Bharat / state

চাহ শ্ৰমিকৰ সজাগতাৰ বাবে ঝুমুৰ গীত মুকলি - চাহ শ্ৰমিকৰ সজাগতাৰ বাবে ঝুমুৰ গীত মুকলি

"মানকে চল ৰে" শীৰ্ষক ঝুমুৰ গীতটিৰ মাজেৰে চাহ বাগিচাৰ শ্ৰমিকসকলক কৰ'ণা ভাইৰাছৰ বাবে ল'ব লগা সাৱধানতা সম্পৰ্কে সজাগ কৰাৰ চেষ্টা কৰা হৈছে ।

young artist releases Jhumur song for Corona Awareness
কৰ'ণা সজাগতাৰ বাবে ঝুমুৰ গীত মুকলি
author img

By

Published : May 24, 2020, 11:28 AM IST

Updated : Jun 28, 2022, 10:56 AM IST

মৰিয়নি,24 মেঃ গীতৰ মাজেৰে চাহ বাগিছাৰ শ্ৰমিকসলকৰ মাজত কৰ'ণা সজাগতা অনাৰ চেষ্টা অনিল চৰেন নামৰ এগৰাকী যুৱ শিল্পীৰ । "মানকে চল ৰে" শীৰ্ষক ঝুমুৰ গীতটিৰ মাজেৰে শ্ৰমিকসকলক কৰ'ণা ভাইৰাছৰ বাবে ল'ব লগা সাৱধানতা সম্পৰ্কে সজাগ কৰাৰ চেষ্টা কৰিছে যুৱ শিল্পীগৰাকীয়ে । ইতিমধ্যে গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । শিল্পীগৰাকীৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক- ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ

Last Updated : Jun 28, 2022, 10:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.