ETV Bharat / state

World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

author img

By

Published : Jun 5, 2023, 6:12 PM IST

ভৱিষ্যত প্ৰজন্মৰ বাবে অন্তত এটাকৈ গছ পুলি ৰোপন কৰাৰ বাবে আহ্বান জনাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (World environment day) । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মৰিয়নিৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰে বিধায়ক ৰূপজ্য়োতি কুৰ্মীয়ে ।

World environment day observed in Jorhat
গছ পুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

যোৰহাট,৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস (World environment day) । সমগ্ৰ বিশ্বই প্ৰকতি সুৰক্ষাৰ স্বাৰ্থত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰি পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তটো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মৰিয়নিৰ বিভিন্ন স্থানত মৰিয়নি বিধায়ক ৰূপজোতি কুৰ্মীৰ উপস্থিতত গছ পুলি ৰোপন কৰা হয় (World environment day observed in Jorhat) ৷ মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আৰু মৰিয়নি প্ৰেছ ক্লাবৰ সহযোগত এক ব্যতিক্ৰমী ধৰণে বিশ্ব পৰিৱেশ দিবস উদযাপন কৰা হয় ৷

এই কাৰ্যসূচী উপস্থিত থাকে মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিদ্যালয়খনৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে প্লাষ্টিক বৰ্জনৰ ওপৰত এখন চুটি নাট প্ৰদৰ্শন কৰে আৰু ইয়াৰ জৰিয়তে সকলোকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায় । প্লাষ্টিক বৰ্জন জৰিয়তে পৰিৱেশ সজাগতা বাবে এক পদক্ষেপ গ্ৰহণ কৰাৰ হয় (World Environment day 2023) ।

লগতে পঢ়ক: Heat waves in Assam : উৎকট গৰম; ৰাজ্যৰ ৯৫ শতাংশ প্ৰাথমিক বিদ্যালয়ত নাই চিলিং ফেন

পৰিৱেশ প্ৰদুষণ ৰোধ কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্লে-কাৰ্ড হাতত লৈ শোভাযাত্ৰা কৰে শিক্ষাৰ্থীসকলে ৷ উক্ত অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি কয় যে গছ পুলি ৰোপন কৰক আৰু সুস্থ সমাজত জীয়াই থকা পৰিৱেশ সৃষ্টি কৰক । কাৰণ গছ পুলি ৰোপন কৰিলেহে ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব পাৰিব ।

উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনে বিভিন্ন সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰে । তাৎপৰ্যপূৰ্ণ যে এই বৰ্ষত ৰাজ্য বিভিন্ন প্ৰান্তত গৰমে জনসাধাৰণক জ্বলা-কলা খুৱাইছে । সেয়ে ৰাজ্য চৰকাৰে এই বৰ্ষত বৃক্ষৰোপনৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: BJP Yuva Morcha executive meeting: লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি যুৱ মৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.