ETV Bharat / state

Thieves escaped: যোৰহাট আৰক্ষীৰ হাতৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ চোৰৰ

author img

By

Published : Feb 13, 2022, 4:16 PM IST

Updated : Feb 13, 2022, 7:46 PM IST

অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ সময়তে এইবাৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে দুই গভাইত চোৰে(Two thieves escaped from jorhat court premises) ৷

two-thieves-escape-from-jorhat-police
যোৰহাট আৰক্ষীৰ হাতৰ পৰা পলায়ন দুই দুধৰ্ষ চোৰৰ

যোৰহাট, 13 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ আৰক্ষী বিভাগে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অপৰাধমৃলক কাৰ্যকলাপ তথা অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই বহু অপৰাধীক আটক কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছ, সুৰা, নিচাযুক্ত দ্ৰব্য ৷

অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীয়ে অব্যাহত ৰখা এই অভিযানৰ সময়তে এইবাৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে দুই গভাইত চোৰে(Thieves have escaped from police) ৷ যোৰহাটত সংঘটিত হৈছে এই ঘটনা ৷ যোৰহাট আদালতত হাজিৰ কৰাৰ প্ৰাকক্ষণত আদালতৰ চৌহদৰ পৰা পলায়ন কৰে চোৰ দুটাই (Two thieves escaped from jorhat court premises) ৷

জানিব পৰা মতে, আৰক্ষীৰ নিৰাপত্তা বেহুৰ পৰা অতি কৌশলেৰে হেন্দকাফ খুলি পলায়ণ কৰে এই দুটা চোৰ ৷ শনিবাৰে নিশা যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীয়ে আটক কৰিছিল এই দুই গভাইত চোৰক ৷

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে সষ্টম ভূমিকা পালন কৰি অহা সময়তে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো যদি সাধাৰণ চোৰে এইদৰে পলায়ন কৰে, তেন্তে কিদৰে দুধৰ্ষ অপৰাধীৰ পৰা সাধাৰণ জনতাক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিব তাক লৈ এতিয়া এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে ৷

লগতে পঢ়ক : মৰিয়নী আৰক্ষীৰ জিম্মাৰ পৰা পলাল গভাইত চোৰ

Last Updated : Feb 13, 2022, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.