যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা যোৰহাট আৰক্ষীয়ে দেৰগাঁৱৰ বিভিন্ন স্থানৰ পৰা তিনিগৰাকী গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰ তিনিটা ক্ৰমে দীপক চাহানী, ধ্ৰুব সাহা আৰু অমিত গুপ্তা । এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে তিনিওটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্রে প্ৰকাশ কৰিছে। উল্লেখ্য যে, বিগত বৰ্ষত যোৰহাটৰ বালিগাঁও অঞ্চলৰ এঘাৰ মানুহৰ পৰা স্কুটিসহ কেইবালাখ টকাৰ সামগ্রী চুৰিৰ ঘটনাৰ লগত জড়িত আছিল এই চোৰ তিনিগৰাকী। যোৰহাট সদৰ থানা আৰু পুলিবৰ থানাত এই চোৰ তিনিটাৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈ আছে। আনহাতে চোৰ তিনিটাৰ পৰা আৰক্ষীয়ে ১০ টা মোবাইলৰ লগতে প্ৰায় ৯৯ লাখ টকা জব্দ কৰে।
যোৰহাট আৰক্ষীৰ জালত তিনি গভাইত চোৰ - যোৰহাট সদৰ থানা
এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে দেৰগাঁৱৰ বিভিন্ন স্থানৰ পৰা তিনিগৰাকী গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰ তিনিটাৰ পৰা আৰক্ষীয়ে ১০ টা মোবাইলৰ লগতে প্ৰায় ৯৯ লাখ টকা জব্দ কৰে।
যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা যোৰহাট আৰক্ষীয়ে দেৰগাঁৱৰ বিভিন্ন স্থানৰ পৰা তিনিগৰাকী গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰ তিনিটা ক্ৰমে দীপক চাহানী, ধ্ৰুব সাহা আৰু অমিত গুপ্তা । এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে তিনিওটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্রে প্ৰকাশ কৰিছে। উল্লেখ্য যে, বিগত বৰ্ষত যোৰহাটৰ বালিগাঁও অঞ্চলৰ এঘাৰ মানুহৰ পৰা স্কুটিসহ কেইবালাখ টকাৰ সামগ্রী চুৰিৰ ঘটনাৰ লগত জড়িত আছিল এই চোৰ তিনিগৰাকী। যোৰহাট সদৰ থানা আৰু পুলিবৰ থানাত এই চোৰ তিনিটাৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈ আছে। আনহাতে চোৰ তিনিটাৰ পৰা আৰক্ষীয়ে ১০ টা মোবাইলৰ লগতে প্ৰায় ৯৯ লাখ টকা জব্দ কৰে।
Body:*
প্ৰতিবেদক, যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ পুৱতি নিশা যোৰহাট আৰক্ষীয়ে দেৰগাঁৱৰ বিভিন্ন স্থানৰ পৰা তিনিটা গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চুৰ তিনিটা হৈছে দীপক চাহানী, ধ্ৰুব শাহা আৰু অমিত গুপ্তা। এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে তিনিওটা চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্রে প্ৰকাশ কৰিছে। উল্লেখ্য যে, বিগত বৰ্ষত যোৰহাটৰ বালিগাঁও অঞ্চলৰ এঘৰ মানুহৰ পৰা স্কুটি সহ কেইবালাখ টকাৰ সামগ্রী চুৰিৰ ঘটনাৰ লগত জড়িত। যোৰহাট সদৰ থানা আৰু পুলিবৰ থানাত এই চুৰ তিনিটাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে।
Conclusion:চুৰ তিনিটাৰ পৰা আৰক্ষীয়ে ১০ টা মোবাইলৰ লগতে প্ৰায় ৯৯ লাখ টকা জব্দ কৰিছে।