ETV Bharat / state

একেদিনাই তিনিটা পথৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

author img

By

Published : Dec 16, 2020, 7:28 PM IST

টীয়ক সমষ্টিৰ চটাই চিনাতলী পথ, টীয়ক সোণাৰী মিচিং গাঁও পথ আৰু চিৰাম মিচিং গাঁও পথৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই । দীৰ্ঘদিন ধৰি উক্ত তিনিওটা পথৰ দুৰৱস্থাই অঞ্চলবাসীক জলা কলা খুৱাই আহিছিল অঞ্চলবাসীক ৰাইজক ৷

the foundation stone of three roads by Renupama Rajkhuwa.
একেদিনাই তিনিটা পথৰ আধাৰশিলা বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

টীয়ক, 16 ডিচেম্বৰ : অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ অধীনত যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ চটাই চিনাতলী পথ, টীয়ক সোণাৰী মিচিং গাঁও পথ আৰু চিৰাম মিচিং গাঁও পথৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই । দীৰ্ঘদিন ধৰি উক্ত তিনিওটা পথৰ দুৰৱস্থাই অঞ্চলবাসীক জলাকলা খুৱাই আহিছিল অঞ্চলবাসীক ৰাইজক ৷

ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লোৱা এই পদক্ষেপক এতিয়া তিনিওটা অঞ্চলৰ ৰাইজে আদৰণি জনাইছে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, লোক নিৰ্মাণ বিভাগৰ অভিজন্তা অঞ্জন দে’, অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য পৰেশ বৰা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰাণজিৎ হাজৰিকা, অগপৰ যোৰহাট জিলা পৰিষদৰ সম্পাদক দ্বীপেন বুঢ়াগোহাঁই, সমাজকৰ্মী ৰুমী চেতিয়া, অসীম বৰুৱা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক :গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী বৈজয়ন্ত জয় পাণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.