ETV Bharat / state

টীয়কত পিয়াঁজভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - teaok

অধিক ওজন কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছ ৷

টীয়কত পিয়াঁজভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Mar 29, 2019, 1:34 AM IST

টীয়ক,23 মাৰ্চঃ বৃহস্পতিবাৰে নিশা টীয়কৰ মিধাখাট তিনিআলি সমীপত এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰ অভিমুখী WB-59- A -7683 নম্বৰ এখন পিয়াঁজ ভৰ্তি ট্ৰাকে বিদ্যুতৰ খুঁটাত খুন্দিয়াই কাষৰ দ' খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই ৷ অধিক ওজন কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

Intro:Body:TEOK@breaking
নিশা টীয়কৰ মিধাখাট তিনিআলি সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰ অভিমুখী WB-59- A -7683 নম্বৰ এখন পিয়াজ ভৰ্তি মালবাহী ট্ৰাক পথৰ দাঁতিৰ এটা বিদ্যুতৰ খুটাত খুন্দিয়াই বাগৰি পৰিল পথৰ দাঁতিৰ দ খাৱৈত। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।অধিক বোজা কঢ়িওৱাৰ বাবেই সংঘটিত হৈছে বুলি মন্তব্য একাংশ প্ৰত্যক্ষদৰ্শীৰ।ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও এক বৃহৎ অঞ্চলৰ বিদ্যুত সেৱাত ব্যাঘাতৰ সৃষ্টি হৈছে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.