ETV Bharat / state

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত টীয়ক শাখা সাহিত্য সভাৰ বিশেষ অধিবেশন

author img

By

Published : Feb 28, 2021, 8:42 PM IST

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় যোৰহাট জিলা সাহিত্য সভাৰ অধীনস্থ টীয়ক শাখা সাহিত্য সভাৰ বিশেষ অধিবেশন ৷ টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰয়াত শিক্ষাবিদ মোহন গগৈৰ সোঁৱৰণী মঞ্চত অনুস্থিত হয় এই অধিবেশন ৷

teok sahitya sava
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত টীয়ক শাখা সাহিত্য সভাৰ বিশেষ অধিবেশন

যোৰহাট,28ফেব্ৰুৱাৰী:দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় যোৰহাট জিলা সাহিত্য সভাৰ অধীনস্থ টীয়ক শাখা সাহিত্য সভাৰ বিশেষ অধিবেশন ৷ টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰয়াত শিক্ষাবিদ মোহন গগৈৰ সোঁৱৰণী মঞ্চত অনুস্থিত হয় এই অধিবেশন ৷ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, গছপুলি ৰোপণৰ পিচতেই বিশিষ্ট কবি শিখাজ্যোতি বৰা সাধনিদাৰৰ পবিত্ৰ সোঁৱৰণত জিলাখনৰ ন পুৰণি বহুজন কবিৰ উপস্থিতিত এখনি কবি সন্মিলনখন অনুষ্ঠিত হয় ৷

ইপিনে, টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ প্ৰাকক্ষণত টীয়ক শাখাই আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে টীয়কৰ বিশিষ্ট চিকিৎসক ডাঃ মুখেশ্বৰ বড়াই উন্মোচন কৰে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.