ETV Bharat / state

টীয়কত ভয়াবহ পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : Aug 28, 2019, 7:38 PM IST

টীয়কত বুধবাৰে বিয়লি সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন চাহ শ্ৰমিকৰ মৃত্যু, আহত হয় প্ৰায় 11 জন শ্ৰমিক

টীয়কত ভয়াবহ পথ দুৰ্ঘটনা : নিহত এজন

টীয়ক, 28 আগষ্ট :

  • টীয়কৰ বলমা লক্ষ্মীবাৰীত বুধবাৰে বিয়লি সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত এজন চাহ শ্ৰমিকৰ মৃত্যু, আহত 11 জন
    টীয়কত ভয়াবহ পথ দুৰ্ঘটনা : নিহত এজন
  • চেনীজানৰ এটা চাহ ফেক্টৰী অভিমুখে গৈ থকা অৱস্থাত লক্ষ্মীবাৰী অঞ্চলত দ খাৱৈত বাগৰি পৰে বলেৰ' গাড়ীখন
  • দুৰ্ঘটনাগ্ৰস্ত AS03AC4439 নম্বৰৰ বলেৰ' গাড়ীখনে শ্যাম টি চাহ ফেক্টৰী লৈ গৈ আছিল একাংশ শ্ৰমিকক
  • ঘটনাস্থলীতে নিহত হোৱা চাহ শ্ৰমিকজনৰ নাম পোলোক মুণ্ডা
  • আহত সকল সম্প্ৰতি টীয়ক এফ আৰ ইউ ত চিকিৎসাধীন হৈ আছে

Intro:Body:টীয়কত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ১
TEOK : টীয়কৰ বলমা লক্ষ্মীবাৰীত আজি বিয়লি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু হয় ৷ ঘটনাৰ বিৱৰণী মতে বলমা কাঠনিবাৰীৰ দিশৰ পৰা চেনীজানৰ এটা চাহ ফেক্টৰী দিশে গৈ থকা অৱস্থাত লক্ষীবাৰী অঞ্চলত দ খাৱৈত বাগৰি পৰে একাংশ শ্ৰমিক লৈ যোৱা AS03AC4439 ৰ বলেৰ' পিক আপ বাহন ৷ঘটনা স্থলীতে নিহত হয় পোলোক মুন্ডা নামৰ এজন শ্ৰমিক। শ্যাম টি চাহ ফেক্টৰী লৈ শ্ৰমিক নি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। প্ৰায় ১১ জন শ্ৰমিক কম বেছি পৰিমাণে আহত হৈছে এই দুৰ্ঘটনাত ৷ আহত সকল সম্প্ৰতি টীয়ক এফ আৰ ইউ ত চিকিৎ্সাধীন হৈ আছে ৷ টীয়ক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.