ETV Bharat / state

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে টীয়ক আৰক্ষীৰ সজাগতা সভা

author img

By

Published : Jun 27, 2019, 2:53 AM IST

দিনক দিনে ভয়াবহ ৰূপত বৃদ্ধি পোৱা নিচাসক্ত সামগ্ৰীৰ সেৱনৰ বিৰুদ্ধে সজাগতা প্ৰচাৰ অভিযানত নামিল টীয়ক আৰক্ষী ৷ বুধবাৰে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি টীয়ক আৰক্ষীয়ে আয়োজন কৰে এই সজাগতা সভা ৷

etv bharat

টীয়ক, 27 জুন: টীয়ক আৰক্ষী চকীৰ উদ্যোগত বুধবাৰে আয়োজন কৰা হয় নিচাসক্ত সামগ্ৰী বিৰুদ্ধে সজাগতা সভা ৷ আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই সভাত উপস্থিত থাকে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক নিৰ্মল বৈৰভকাৰ, আৰক্ষী বিষয়া দীপাংকৰ গগৈ, সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ উক্ত সভাতে আৰ্থিকভাৱে দূৰ্বল কৃতী ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ লগতে, সমাজৰ ব্যাধি এই নিচাসক্ত সামগ্ৰী পৰিহাৰ কৰি এখন সুস্থ সমাজৰ বাতাবৰণ গঢ়াৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে আৰক্ষী বিষয়াসকলে ৷

Intro:Body:টীয়কত আৰক্ষীৰ উদ্যোগত সজাগতা সভা আৰু কীৰ্তি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
TEOK:টীয়ক আৰক্ষী থানাৰ উদ্যোগত আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা সভা অনুষ্ঠিত হয়।অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক নিৰ্মল বৈৰভকাৰ উপস্থিত থকা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে একক ভাৱে নিচা যুক্ত সামগ্ৰীৰ বিৰোধিতা কৰি এক সংগ্ৰাম গঢ়ি ৰাইজক সজাগ কৰাৰ প্ৰয়াস অব্যাহত ৰখা তুষাৰ পাল ।সাংবাদিক ৰিজু কুমাৰ শইকীয়াই আঁত ধৰা আৰু আৰক্ষী বিষয়া দীপাংকৰ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে আৰ্থিক ভাৱে দৌন্য আৰু আৰক্ষী বিভাগত কৰ্মৰত কেইবাগৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.