ETV Bharat / state

টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইড নোট উদ্ধাৰ

author img

By

Published : Dec 7, 2019, 8:16 AM IST

দলীয় আনুগত্যৰ বাবে কেব বিৰোধিতা কৰিব নোৱাৰি অনুতপ্ত ৰাজখোৱাই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ছুইচাইড নোটৰ জৰিয়তে ৷

টীয়ক
টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইদ ন'ট

টীয়ক, 7 ডিচেম্বৰঃ টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ প্ৰৱেশ দ্বাৰত ওলমিল এখন ছুইচাইড নোট । দলীয় আনুগত্যৰ বাবে কেবৰ বিৰোধিতা কৰিব নোৱাৰি অনুতপ্ত ৰাজখোৱাই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ছুইচাইড নোটৰ জৰিয়তে । লগতে বিজেপিৰ কলিয়াপানী মণ্ডল কাৰ্যালয়তো লগালে কাৰ্যালয় বন্ধৰ জাননী ৷

দৰাচলতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী কোনো প্ৰতিবাদকাৰীয়ে শুকুৰবাৰে নিশা এনেদৰে বিধায়িকা গৰাকীৰ ঘৰত ছুইচাইড নোট আৰু বিজেপি কাৰ্যালয়ত কাৰ্যালয় বন্ধৰ জাননী লগাই কেবৰ বিৰোধ কৰে প্ৰতিবাদকাৰীয়ে ৷

আৰু পঢ়কঃ চিকিৎসালয়ত মৃত্যু উন্নাও কাণ্ডৰ দুৰ্ভগীয়া নিৰ্যাতিতাৰ

Intro:Body:টীয়কৰ বিধায়িকা আৰু বিজেপি কাৰ্যালয়ৰ প্ৰবেশ দুৱাৰত প্ৰতিবাদী পোষ্টাৰ
TEOK:টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ প্ৰৱেশ দ্বাৰত ছুইছাইদ নোট।দলীয় অনুগত্যৰ বাবে কেব বিৰোধিতা কৰিব নোৱাৰি অনুতপ্ত ৰাজখোৱাৰ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিছাৰিছে।লগতে বিজেপিৰ কলিয়াপানী মণ্ডল কাৰ্যালয়তো প্ৰতিবাদকাৰীয়ে লগালে কাৰ্যালয় বন্ধৰ জাননী। দৰাচলতে কেব বিৰোধী কোনো প্ৰতিবাদীয়ে নিশা এইদৰে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.