টীয়ক,১৬মে' : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয় টীয়কৰ বামুণপুখুৰীৰ ধ্ৰুৱজ্যোতি পাকবন্ধাই । বামুণপুখুৰী পাচনি গাঁৱৰ দিগন্ত পাকবন্ধা আৰু শিখা পাকবন্ধাৰ পুত্ৰ ধ্ৰুৱই ৮৯.১৬%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ধ্ৰুৱৰ পিতৃয়ে ক্ষুদ্ৰ ব্যৱসায়েৰে নিজ পৰিয়ালৰ লগতে ধ্ৰুৱক শিক্ষাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিছিল। ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সফল চিকিৎসক হোৱাৰ সপোন ধ্ৰুৱৰ ৷ ছাত্ৰজনৰ এই সাফল্যত আনন্দিত অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ।
টীয়কৰ এজন কৃতি ছাত্ৰৰ কথাৰে... - বিজ্ঞান শাখা
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য লাভ কৰিবলৈ সক্ষম হয় টীয়কৰ বামুণপুখুৰীৰ ধ্ৰুৱজ্যোতি পাকবন্ধাই, ধ্ৰুৱই ৮৯.১৬%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়
টীয়ক,১৬মে' : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয় টীয়কৰ বামুণপুখুৰীৰ ধ্ৰুৱজ্যোতি পাকবন্ধাই । বামুণপুখুৰী পাচনি গাঁৱৰ দিগন্ত পাকবন্ধা আৰু শিখা পাকবন্ধাৰ পুত্ৰ ধ্ৰুৱই ৮৯.১৬%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ধ্ৰুৱৰ পিতৃয়ে ক্ষুদ্ৰ ব্যৱসায়েৰে নিজ পৰিয়ালৰ লগতে ধ্ৰুৱক শিক্ষাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিছিল। ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সফল চিকিৎসক হোৱাৰ সপোন ধ্ৰুৱৰ ৷ ছাত্ৰজনৰ এই সাফল্যত আনন্দিত অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ।
TEOK:সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত টীয়কৰ বামুণপুখুৰী হাইস্কুলৰ মেধাবী ছাত্ৰ ধ্ৰুৱজ্যোতি পাকবন্ধাৰ সফলতাত উৎফল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চল।বামুণপুখুৰী পাচনি গাঁৱৰ দিগন্ত পাকবন্ধা আৰু শিখা পাকবন্ধাৰ পুত্ৰ ধ্ৰুৱই কেউতা বিষয়তে লেটাৰ নম্বৰ সহ ৮৯.১৬% পাই চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।দেওতাকে দৈনিক বজাৰত ইটো সিটো ক্ষুদ্ৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটো পোহপাল দিব লগা হোৱাত প্ৰয়োজনীয় সকলো সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল ছাত্ৰজন।অৱশ্যে বিদ্যালয়ৰ শিক্ষকসকলে পঢ়াৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ততে বিদ্যালয়ত পঢ়োৱাৰ উপৰিও ধ্ৰুৱক ঘৰতো পঢ়োৱাই সহায় কৰিছিল বুলি মন্তব্য কৰে ছাত্ৰজনে লগতে ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সফল চিকিৎসক হোৱাৰ আশা প্ৰকাশ কৰিছে।Conclusion: