ETV Bharat / state

টীয়কত পাঁচদিনীয়া কাৰ্যসূচীৰে পৰিৱেশ দিৱস - বিশ্ব পৰিৱেশ দিৱস

আলোচনা চক্ৰত  অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ লগতে জিলা বন বিষয়া ডি. চুমন,আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন,নাবাৰ্ডৰ সম্প্ৰসাৰণ বিষয়া কে.ভাইফেই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ উপস্থিত থাকে ।

পাঁচদিনীয়া কাৰ্যসূচীৰে টীয়কত আয়োজন বিশ্ব পৰিৱেশ দিৱস
author img

By

Published : Jun 1, 2019, 7:02 PM IST

যোৰহাট,১জুন : যোৰহাট জিলাৰ বন সংমণ্ডল কাৰ্যালয় আৰু বেচৰকাৰী সংস্থা 'ৰেঙনি এটি আশা'ৰ উদ্যোগত টীয়কত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । শনিবাৰৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি শুকুৰবাৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ লগতে জিলা বন বিষয়া ডি. চুমন,আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন,নাবাৰ্ডৰ সম্প্ৰসাৰণ বিষয়া কে.ভাইফেই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ উপস্থিত থাকে ।

পাঁচদিনীয়া কাৰ্যসূচীৰে টীয়কত আয়োজন বিশ্ব পৰিৱেশ দিৱস

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সঞ্চালনা কৰা এই সভা উদ্বোধন কৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুবজ্যোতি বৰাই ।

Intro:Body:টীয়কত পাঁচ দিনীয়াকৈ আয়োজন কৰা পৰিৱেশ দিৱসৰ উদ্ধোধনী অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েং
TEOK:যোৰহাট জিলাৰ বন সংমণ্ডল কাৰ্যালয় আৰু বেচৰকাৰী সংস্থা ৰেঙনি এটি আশা উদ্যোগত পাঁচ দিনীয়াকৈ আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱসৰ উদ্ধোধনী অনুষ্ঠান শনিবাৰে টীয়কৰ বনাইত অনুষ্ঠিত হয়।আয়ুস আৰু বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আয়োজিত এই উদ্ধোধনী অনুষ্ঠানত ফৰেষ্ট মেন খ্যাত পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত থকাৰ উপৰি জিলা বন বিষয়া ডি. চুমন,আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন,নাবাৰ্ডৰ সম্প্ৰসাৰণ বিষয়া কে ভাইফেই,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ উপস্থিত থাকে ।দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সঞ্চালনা কৰা এই সভাৰ শুভ উদ্বোধন কৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুবজ্যোতি বৰাই।ভাষণ প্ৰসংগত পদ্মশ্ৰী যাদব পায়েঙে যিকোনো গছ পুলি ৰোপণ কৰাতকৈ বৰ্তমান অসমৰ জলবায়ুৰ লগত খাপ খোৱা গছ পুলিহে ৰোপণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে গাড়ী মটৰচাইকেলৰ পৰিৱৰ্তে বাইচাইকেল ব্যৱহাৰ কৰিবলৈ নৱপ্ৰজন্ম আহ্বান জনায়।উক্ত অনুস্হানত কেইবাজনো বিশিষ্ট পৰিবেশকৰ্মী আৰু সমাজকৰ্মীক সম্বৰ্দ্ধনা জনোৱা হয়।উল্লেখ্য যে বায়ু প্ৰদূষণৰ পৰা কিছু সকাহ পাবৰ বাবে ৰেঙনিৰ উদ্যোগত এক সজাগতা অনাৰ মানসেৰে ৰাইজৰ মাজত মুখত ৰুমাল বন্ধাৰ প্ৰতিযোগিতাৰো উদ্বোধন কৰা হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.