ETV Bharat / state

টীয়কত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা

যোৰহাট জিলাৰ টীয়কত একাধিক লোকৰ প্ৰতিবাদ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত টীয়ক সমষ্টি বিলুপ্তি ঘটোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ পৃথকে-পৃথকে ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনৰ ৷

TEOK AJYCP PROTEST
টীয়কত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Jul 23, 2020, 6:29 PM IST

টীয়ক, 23 জুলাই : ক'ভিড-19 আৰু বানাপনীৰ তাণ্ডৱ চলি থকাৰ সময়তে বৃহস্পতিবাৰে পুনৰ যোৰহাট জিলাৰ টীয়কত একাধিক লোকে প্ৰতিবাদ সাব্য়স্ত কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়কৰ মাজমজিয়াত সংগঠনটোৱে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে ৷

টীয়কত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

সংগঠনটোৰ সদস্যৰ অভিযোগ অনুসৰি,সমষ্টি পুনৰ নিৰ্ধাৰণত টীয়ক সমষ্টিৰ নামত বিলুপ্তি ঘটোৱা হৈছে ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদস্য় সকলৰ লগতে টীয়কবাসী ৰাইজ ৷

টীয়কত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

উল্লেখ্য যে,সংগঠনটোৰ লগত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু টীয়ক নাগৰিক সমাজ ৷ লগতে,প্ৰতিবাদী সংগঠন কেইটাই পৃথকে-পৃথকে টীয়ক ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উক্ত বিষয় সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ৰাজ্যত কেতিয়া অন্ত পৰিব ছিণ্ডিকেটৰাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.