ETV Bharat / state

যোৰহাটৰ পদপথৰ কাষত বহি দুই শিক্ষকৰ প্ৰতিবাদ - চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে যোৰহাটত শিক্ষকৰ প্ৰতিবাদ

ন্যায্যপ্ৰাপ্তিৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দুগৰাকী শিক্ষকে ৷ বিগত দহটা বছৰে ৬০০০ জনকৈ ঠিকাভিক্তিক শিক্ষকে কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰে শিক্ষক দুগৰাকীয়ে ৷

চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে দুজন শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Nov 15, 2019, 2:03 PM IST

যোৰহাট, 15 নৱেম্বৰঃ যোৰহাট চহৰৰ ৰাজপথৰ কাষত দুজন শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ন্যায্যপ্ৰাপ্তিৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক দুগৰাকীয়ে ৷ বিগত দহটা বছৰে ৬০০০ জনকৈ ঠিকাভিক্তিক শিক্ষকে কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰে শিক্ষক দুগৰাকীয়ে ৷

চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে দুজন শিক্ষকৰ প্ৰতিবাদ

আনহাতে, যোৰহাট চহৰৰ ৰাজপথৰ কাষত কৰা শিক্ষক দুগৰাকীৰ প্ৰতিবাদে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈ কাণসাৰ নাই চৰকাৰী পক্ষৰ ৷ যাৰ বাবে চৰকাৰী ৰঙা ফিটাৰ মেৰপেছত ভৱিষ্যৎ বন্দী হৈ পৰা শিক্ষক সকলে লাভ কৰা নাই দৰমহা ৷ সেয়ে শিক্ষক সকলৰ দৰমহা নিয়মীয়া কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দুই শিক্ষকে ৷

নায্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।।দুজনা শিক্ষকৰ ব্যক্তিক্ৰমী প্ৰতিবাদ চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে।।

বিগত দহ টা বৰ্ষয়ে কেৱল মাত্ৰ প্ৰতাৰণা প্ৰৱঞ্চানাৰ বলি হৈ আহিছে ৬০০০ জনকৈ ঠিকাভিক্তিক শিক্ষকে।এই অভিযোগ উত্থাপিত কৰিছে দুজন প্ৰতিবাদী শিক্ষককে‌।যোৰহাট চহৰৰ ৰাজপথৰ কাষত ব্যক্তিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।কিন্তু সক্ষম হোৱা নাই চৰকাৰৰ।চৰকাৰী ৰঙা ফিটাৰ মেৰ পাছত ভৱিষ্যত বন্ধী এই সকল শিক্ষকৰ দৰমহা নহয় নিয়মীয়াকৈ।যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ পদপথত এইদৰে বহি পৰা ঠিকাভিক্তিক শিক্ষকৰ ক্ষূভ চৰকাৰে অন্ততঃ দৃষ্টি নিক্ষেপ কৰক ।‌
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.