ETV Bharat / state

সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jan 11, 2020, 1:20 PM IST

শুকুৰবাৰে সমগ্ৰ দেশতে ৰাজপত্ৰৰ দ্বাৰা বলৱৎ কৰা হয় নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৷ ইয়াৰ পাচতে ক'লা পতাকাৰ সন্মুখীন হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷

Tasa faces black flag
সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন

যোৰহাট, 11 জানুৱাৰীঃ ৰাজ্যত CAAৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন নেতাক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ বাতৰি সম্প্ৰতি শিৰোনামাত আছে ৷ তেনে সময়তে শনিবাৰে যোৰহাটৰ বৰুৱা চাৰিআলিত ক'লা পতাকাৰ সন্মুখীন হয় ৰাজ্যসভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷

সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই বিজেপিৰ সাংসদ গৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশা সমগ্ৰ দেশতে ৰাজপত্ৰৰ দ্বাৰা নাগৰিকত্ব (সংশোধনী) আইন, 2019 বলৱৎ হোৱাৰ পাচতে পুনৰ ৰাজ্যৰ পৰিৱেশ উত্তাল হোৱাৰ পথত গতি কৰিছে ৷

লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Intro:সাংসদ তাছাক কলা প্ৰদৰ্শন।।Body:

*এইবাৰ ক'লা পতাকা প্ৰদৰ্শন ৰাজ্য সভাৰ বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক*

*যোৰহাটৰ বৰুৱা চাৰি আলিত ক'লা পতাকাৰ মুখা মুখি হয় সাংসদ জন*

*অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্ম কৰ্তাই তাছাক দেখুৱাই ক'লা পতাকা*

*যোৱা নিশা ৰাজপত্ৰৰ দ্বাৰা বলবৎ হৈছিল কা*Conclusion:আকৌ ৰাজ্যৰ পৰিৱেশ উত্তাল হোৱা দিশত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.