ETV Bharat / state

ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট স্বপ্নীল নাজিৰৰ

author img

By

Published : Aug 31, 2020, 12:00 PM IST

অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ স্বপ্নীল নাজিৰে ৷ 10 মিলিমিটাৰ দৈৰ্ঘ্য আৰু 14 মিলিমিটাৰ প্ৰস্থৰে এখন ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰে স্বপ্নীলে ৷

স্বপ্নীল নাজিৰ
স্বপ্নীল নাজিৰ

যোৰহাট, 31 আগষ্ট: 10 মিলিমিটাৰ দৈৰ্ঘ্য আৰু 14 মিলিমিটাৰ প্ৰস্থৰে এখন ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে, যোৰহাটৰ স্বপ্নীল নাজিৰে ৷ স্বপ্নীল নাজিৰ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৷ মাত্ৰ 30 মিনিটৰ ভিতৰত ক্ষুদ্ৰ আকাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ৰাষ্ট্ৰীয় পতাকা ধৰি থকা দুগৰাকী ব্যক্তিৰ ছবি আঁকি স্বপ্নীল নাজিৰে গঢ়িলে অভিলেখ ৷

ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট স্বপ্নীল নাজিৰৰ

যোৰহাট জিলাৰ বাহনা অঞ্চলৰ ৰংদৈ নাজিৰ চুকৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক অশোক কুমাৰ নাজিৰ আৰু সৰস্বতী দত্ত নাজিৰৰ পুত্ৰ স্বপ্নীলৰ এই কৃত্বিত্বত গৌৰৱান্বিত যোৰহাটবাসী ৷

লগতে পঢ়ক: যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.