ETV Bharat / state

কিয় যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিলে আত্মহত্যাৰ পথ?

author img

By

Published : Mar 31, 2019, 4:03 AM IST

সমাজতত্ব বিভাগৰ চতুৰ্থ ছিমেষ্টাৰৰ ছাত্ৰী জয়শ্ৰী ডেকাই ডিঙিত চিপ লৈ আত্মহত্যা কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ নৱ নিৰ্মিত চতুৰ্থ মহলাত ৷ ছাত্ৰীগৰাকীৰ ঘৰ  শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই ছাত্ৰীগৰাকীৰ আত্মহননৰ প্ৰকৃত কাৰণ ৷

যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা

যোৰহাট, 31 মাৰ্চ: যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷ মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ চতুৰ্থ ছিমেষ্টাৰৰছাত্ৰী জয়শ্ৰী ডেকাই ডিঙিত চিপ লৈ আত্মহত্যা কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ চতুৰ্থ মহলাত৷

যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা
ছাত্ৰীগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৷ আৰক্ষীৰ লগতে দণ্ডাধীশউপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই ছাত্ৰীগৰাকীৰ আত্মহননৰ প্ৰকৃত কাৰণ ৷

*যোৰহাট মহাবিদ্যালয়ৰ ছাত্রীৰ আত্মহনন*

আজি নিশা প্ৰায় ১০ মান বজাত যোৰহাট মহাবিদ্যালয়ৰ ছাত্রী নিবাসৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চাত্ৰীগৰাকী হৈছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ চতুৰিথ সন্মাষিকৰ সমাজ তত্ব বিভাগৰ জয়শ্ৰী ডেকা। মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ চতুর্থ মহালাৰ নৱ নিৰ্মিত গৃহত চিপ লৈ আত্মহত্যা কৰে। ইতিমধ্যে আৰক্ষীৰ লগতে দনণ্ডাধীষ উপস্থিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰণ কৰা হৈছে। ছাত্ৰী গৰাকীৰ আত্মহননৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.